মুখ্য-পৃষ্ঠা

Margherita: মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা প্রতিনিধি সভা অনুষ্ঠিত

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা এখন গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা আজি অনুষ্ঠিত হয়।(Margherita)

Ramadan: পবিত্র মাহ ৰমজান হৈছে আত্মশুদ্ধিৰ মাহ !

পবিত্র মাহে ৰমজান হৈছে ইমানদাৰ সকলৰ আনন্দৰ মাহ। মাহে ৰমজানত মুছলমান সকলে চোবেহ ছাদিক(Ramadan) (ৰাতিৰ শেষভাগ) ত চেহেৰী (খাদ্য) গ্রহণ কৰি প্ৰায় ১৪ পৰা ১৫ ঘন্টা সময় উপবাস থাকিব সূৰ্যাস্ত যোৱা পিছত হে ইফতাৰ গ্ৰহণ অৰ্থাৎ উপবাস ভংগ কৰাকে ৰোজা বুলি কোৱা হয়।

Chanakya Niti: কোনবোৰ কামৰ পিছত গা ধুব লাগে? নহ’লে আপোনাৰ স্বাস্থ্য আৰু ভাগ্য সলনি হ’ব !

ভাৰতৰ মহান দাৰ্শনিক আচাৰ্য চাণক্যৰ মতে এনেধৰণৰ ৩টা কাম আছে। এইবোৰ কাম কৰাৰ পিছত প্ৰতিজন ব্যক্তিয়ে গা ধুব লাগিব অন্যথা দুৰ্ভাগ্যই ঘৰত প্ৰৱেশ কৰিব।(Chanakya Niti)

Ramadan 2025: ৰোজা ৰখাত পিছ পৰি আছে পাকিস্তান, বিশ্বৰ শীৰ্ষ ৫ খন দেশ জানি লওক, যি কেইখন দেশ ৰোজা ৰখাত আগবাঢ়ি আছে !

আজিৰে পৰা পবিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে আৰু সকলো মুছলমানে ইজনে সিজনক ৰমজান মুবাৰক শুভেচ্ছা জনাইছে। জানি লওক কোনবোৰ দেশত মুছলমানসকলে আটাইতকৈ বেছি ৰোজা পালন কৰে।(Ramadan 2025)

Horoscope: বৃষ ৰাশিৰ লোকৰ বাবে আজি দিনটো ভাল, কন্যা ৰাশিৰ লোকে বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক ! আজিৰ ৰাশিফল ​​পঢ়ক

জ্যোতিৰ্বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা ২ মাৰ্চ তাৰিখটো গুৰুত্বপূৰ্ণ।(Horoscope) ফাগুন মাহৰ শুক্ল পক্ষৰ চতুৰ্দশী তাৰিখৰ লগে লগে আজি বিশেষ শক্তি আৰু সম্ভাৱনাৰে ভৰি পৰিব।

Popular