মুখ্য-পৃষ্ঠা

Horoscope: তুলা ৰাশিৰ লোক ব্যৱসায়ত লাভৱান হ’ব, মেষ ৰাশিৰ লোকে নিজৰ খৰচ নিয়ন্ত্ৰণ কৰিব; আপোনাৰ ৰাশিফল ​​পঢ়ক

তুলা ৰাশিৰ লোকৰ ব্যৱসায়ত লাভ হ'ব, মেষ ৰাশিৰ লোকে নিজৰ খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব, আপোনাৰ ৰাশিফল ​​জানি লওক। (Horoscope)

Budget Session: আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন, কোকৰাঝাৰলৈ বাছেৰে ৰাওনা মন্ত্ৰী-বিধায়ক

দিছপুৰৰ পৰিৱৰ্তে প্ৰথমবাৰৰ বাবে বড়োলেণ্ডত অনুষ্ঠিত হ'ব বাজেট অধিৱেশন। পুৱা কোকৰাঝাৰলৈ বাছেৰে ৰাওনা মন্ত্ৰী-বিধায়ক।(Budget Session)

Chanakya Niti: ঘৰত কেতিয়াও টকাৰ অভাৱ নহ’ব, যদিহে মানে চাণক্যৰ এই ৫ টা নিয়ম !

জীৱনত ধনী হ’বলৈ (Chanakya Niti)নিবিচৰা মানুহ প্ৰায়েই নাথাকিব। কিন্তু ধনী হোৱাটো সকলোৰে ভাগ্য নহয়। ধনী হ'বলৈ কঠোৰ পৰিশ্ৰমৰ লগতে ভাগ্যও লাগিব।

Brain Boosting Foods: পৰীক্ষাৰ সময়ত শিশুটিক দৈনিক কি কি খাদ্য খাবলৈ দিব?

পৰীক্ষাৰ বাবে শিশুৰ মগজু বৃদ্ধি কৰা খাদ্য কি কি জানেনে? পঢ়াৰ হেঁচা, লগতে সুস্থ হৈ থাকিব লাগিব, প্ৰতিদিনে সন্তানক কি খুৱাব লাগে, ঘৰত কেনেকৈ ৰান্ধিব জানি লওক।(Brain Boosting Foods)

Delhi Railway station: মৃতকৰ আত্মীয়ক ১০ লাখকৈ ক্ষতিপূৰণ, গুৰুতৰভাৱে আহতক ২.৫ লাখ

নিহতসকলৰ ভিতৰত তিনিটি শিশুও আছিল। ইয়াৰ বাহিৰেও বহু লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। আহতসকলক চিকিৎসাৰ বাবে এল এন জে পি হাস্পতালত ভৰ্তি কৰোৱা হৈছে। (Delhi Railway station)

Popular