মুখ্য-পৃষ্ঠা

Youtubers: দেশৰ ৫ ইউটিবাৰৰ বিৰুদ্ধে গুৱাহাটী ক্ৰাইম ব্ৰান্সত গোচৰ ৰুজু

চাইবাৰ আৰক্ষী থানাত ৩/২০২৫ নম্বৰত ৰুজু কৰা হৈছে গোচৰ। সামাজিক মাধ্যমত বিশেষ পোষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ ইণ্ডিয়াছ গ'ট লেটেন্ট নামৰ অনুষ্ঠানৰ বাবে ৰুজু কৰা হৈছে গোচৰ।(youtubers)

Janu Nath: উন্মোচন হ’ল জানু নাথৰ কাব্য সংকলন ‘নিবিচাৰোঁ সেই সময়’

১০ফেব্ৰুৱাৰী সোমবাৰে দিনৰ ১বজাত আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাৱত কবি জানু নাথৰ 'নিবিচাৰোঁ সেই সময়' শীৰ্ষক এখন কাব্যগ্ৰন্থ উন্মোচন কৰা হয়৷(Janu Nath)

Horoscope: মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে আজিৰ ৰাশিফল পঢ়ক

১১ ফেব্ৰুৱাৰী মঙলবাৰে চন্দ্ৰ ৰাশি কৰ্কট আৰু পূষ্য নক্ষত্ৰলৈ পৰিৱৰ্তিত হৈছে। এই দিনটোত চতুৰ্দশী তিথি, পূষ্য নক্ষত্ৰ, আয়ুষ্মান, স্থায়ী জয়যোগ আৰু ৰবিযোগ আদি শুভ যোগাসন অনুষ্ঠিত হ’ব। (Horoscope)

এডভাণ্টেজ আছাম ২.০ৰ সফলতা নিশ্চিত কৰিবলৈ গুৰুত্বপূৰ্ণ বৈঠক । Advantage Assam 2.0

এডভাণ্টেজ আছাম ২.০ৰ সফলতা নিশ্চিত কৰিবলৈ গুৰুত্বপূৰ্ণ বৈঠক । Advantage Assam 2.0

Junaid Khan: ঘৰত আছে বহু বিলাসী গাড়ী, কিন্তু ছুপাৰষ্টাৰৰ সন্তানে অহাযোৱা কৰে অটোত; তেওঁ কাৰ সন্তান ?

আমিৰ খানৰ পুত্ৰ জুনাইদ খানে অতি সহজ আৰু সাধাৰণ জীৱন যাপন কৰে। তেওঁ ক’লে যে তেওঁ বেছিভাগেই অটো বা বাছেৰে যাত্ৰা কৰে।(Junaid Khan)

Popular