মুখ্য-পৃষ্ঠা

Sonu Nigam: ‘মা সৰস্বতীৰ আশীৰ্বাদ আছিল মোৰ লগত’ লাইভ অনুষ্ঠানত কঁকালৰ বিষত চনু নিগম! ক’লে সকলো কষ্টৰ কথা…

সংগীত জগতৰ বিখ্যাত গায়ক(Sonu Nigam) চনু নিগমে মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হৈছে। শেহতীয়াকৈ এটা লাইভ প্ৰদৰ্শন অনুষ্ঠানৰ সময়ত তেওঁৰ পিঠিত ইমানেই বিষ হৈছিল যে গায়কজন যন্ত্ৰণাত ভুগিছিল। লগতে তেওঁৰ সমস্যা প্ৰকাশ কৰি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।

Bina Bhagwati: কণ্ঠশিল্পী বীণা ভাগৱতীৰ দেহাৱসান

ষাঠী-সত্তৰ দশকৰ সুকণ্ঠী গায়িকা বীণা ভাগৱতীৰ দেহাৱসান। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ।( Bina Bhagwati)পুৱা ৬ বাজি ১০ মিনিটত জু-ৰোডস্থিত বাসগৃহত শেষ নিঃশ্বাস ত্যাগ বৰ্ষীয়ান কণ্ঠশিল্পীগৰাকীৰ।

Udit Narayan: চুমা বিতৰ্ক, উদিতৰ চুমাৰ বাবে অপ্ৰস্তুত শ্ৰেয়া, আলকা !

অলকা আৰু শ্ৰেয়াক বাদ পৰা নাই! মঞ্চত সন্মতি অবিহনে চুমা খাই ভাল পায় নেকি উদিত? শনিবাৰৰ পৰা ছ’চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হৈ আহিছে প্ৰবীণ গায়ক উদিত নাৰায়ণ। দেওবাৰৰ পৰা আৰম্ভ হৈছে অন্য ভিডিঅ’ৰ সন্ধান।(Udit Narayan)

Energy Food: সকলো সময়তে ভাগৰুৱা অনুভৱ হয় নেকি ? লগে লগে শক্তি অনুভৱ কৰিব খাব এই ৫ টা খাদ্য

যদি আপুনি সকলো সময়তে ভাগৰুৱা অনুভৱ কৰে, তেন্তে আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব কিছুমান বিশেষ খাদ্য। যিবোৰ বস্তু খালে তৎক্ষণাত শক্তি লাভ কৰিব।(Energy Food)

Saraswati Puja Rituals 2025: সৰস্বতী পূজাৰ দিনা আপোনাৰ কিতাপত ৰাখক এই সমূহ বস্তু !

সৰস্বতী পূজাৰ দিনটো অতি শুভ বুলি গণ্য কৰা হয়। (Saraswati Puja Rituals 2025) সমগ্ৰ দেশতে এই দিৱস ভক্তিৰে পালন কৰা হয়।

Popular