Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
মুখ্য-পৃষ্ঠা
Ammonia-Urea Project Namrup: ১০ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব নামৰূপৰ এমোনীয়া-ইউৰীয়া প্ৰকল্পৰ
Young Writer Honour: দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বালিদোৱাৰ যুৱ লেখক সমীৰ ভূষণ বৰালৈ “যুৱ লেখক সন্মান”
Asom sahitya Sabha: যোৰহাটত ৰাজ্যৰ শতাধিক মহিলা শিল্পী-সাহিত্যিকৰ ‘প্ৰতিভা বিকাশ যাত্ৰা’ত অংশগ্ৰহণ : সাহিত্য সভাৰ কেন্দ্ৰীয় আকাশ অনুষ্ঠান সম্পন্ন
Assam Budget Session । ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব অসম বাজেট অধিবেশন, অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভনি হ’ব কোকৰাঝাৰত
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 16, 2025
গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৫: Assam Budget Session। অসম বিধানসভাৰ বাজেট অধিৱেশন ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। উল্লেখযোগ্য বাজেট অধিৱেশন এইবাৰ মুকলি কৰা হব বিধানসভাৰ বাহিৰত । বিধানসভা সচিবালয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটো কোকৰাঝাৰৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বিধানসভাত অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে দিছপুৰৰ নিয়মীয়া ৰাজ্যিক বিধানসভা চেম্বাৰত অনুষ্ঠিত হ’ব অধিৱেশনৰ বাকী কেইদিনৰ কাৰ্যসূচী। অসমৰ বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজ্যৰ ৰাজধানীৰ বাহিৰৰ কোনো স্থানত বাজেট অধিৱেশন আৰম্ভ কৰা হ’ব। ভাৰতীয় সংবিধানৰ ১৭৪(১) অনুচ্ছেদ, বৰ্তমানলৈকে সংশোধিত ক্ষমতাৰ অধীনত এই অধিৱেশন আহ্বান কৰা হৈছে।
Nagaon । বালিজান চান ৰাইজ ক্লাৱৰ ক্ৰিকেট মহাৰণৰ সামৰণি
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 16, 2025
Nagaon । বালিজান চান ৰাইজ ক্লাৱৰ ক্ৰিকেট মহাৰণৰ সামৰণি
Rajiv Sadia । বিলাসীপাৰাত কণ্ঠশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 16, 2025
Rajiv Sadia । বিলাসীপাৰাত কণ্ঠশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি
Magh Month: মাঘ মাহত ক’লা তিলেৰে ভাগ্য জিলিকিব আপোনাৰ! ধন-সম্পত্তি বাঢ়িব…
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 16, 2025
মাঘ মাহত পবিত্ৰ নদীৰ পাৰত জপ, পূজা কৰি আশীৰ্বাদ লাভ কৰে।(Magh Month) হিন্দু পঞ্জিকা অনুসৰি ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মাঘ মাহ ২০২৫ চনৰ ১২ ফেব্ৰুৱাৰীত শেষ হ’ব।
Celebrities Attacked: কেৱল ছেইফে নহয়, ছলমান খানৰ পৰা প্ৰীতি জিণ্টালৈকে এই ছুপাৰষ্টাৰসকল সন্মুখীন আক্ৰমণৰ!
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 16, 2025
বলীউডৰ অভিনেতা ছেইফ আলী খানৰ ঘৰত চুৰি কৰিবলৈ গৈ অচিনাকি লোকে তেওঁক দাৰে আক্ৰমণ কৰিছিল, যাৰ ফলত আঘাতপ্ৰাপ্ত হয় অভিনেতাগৰাকী।(Celebrities Attacked)
1
...
468
469
470
...
2,249
Page 469 of 2,249
Popular
Ammonia-Urea Project Namrup: ১০ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব নামৰূপৰ এমোনীয়া-ইউৰীয়া প্ৰকল্পৰ
দৈনন্দিন বাৰ্তা
-
December 22, 2025