মুখ্য-পৃষ্ঠা

Delhi: বিদ্যালয়ৰ সন্মুখতেই ১৪ বছৰীয়া ছাত্ৰক হানি-খুচি হত্যা। কিন্তু কোনে, জানিলে আচৰিত হ’ব!

বিদ্যালয়ৰ সন্মুখতেই ১৪ বছৰীয়া ছাত্ৰক হত্যা সহপাঠীৰ। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য।(Delhi) শুকুৰবাৰে দিল্লীৰ এখন বিদ্যালয়ত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে।

Journalist Murder: ১২০ কোটিৰ “দুৰ্নীতি” ফাদিল! ঠিকাদাৰৰ ঘৰৰ টেংকিত উদ্ধাৰ বাতৰি সংগ্ৰহকাৰী সাংবাদিকৰ মৃতদেহ

১২০ কোটিৰ "দুৰ্নীতি" ফাদিল কৰাৰ পাছতেই উদ্ধাৰ হ'ল বাতৰি প্ৰকাশ কৰা সাংবাদিকৰ নিথৰ দেহ।(Journalist Murder) বাতৰি সংগ্ৰহকাৰী সাংবাদিকৰ মৃতদেহ ঘটনা ছত্তিছগড়ৰ।

Assam Book Fair । অসম গ্ৰন্থমেলা, গুৱাহাটীত কিতাপ বিক্ৰীয়ে অভিলেখ গঢ়াৰ আশা প্ৰকাশকৰ । ৯ দিনত পঢ়ুৱৈয়ে ক্ৰয় কৰিলে ৫ কোটি ১০ লাখ টকাৰ...

Assam Book Fair । অসম গ্ৰন্থমেলা, গুৱাহাটীত কিতাপ বিক্ৰীয়ে অভিলেখ গঢ়াৰ আশা প্ৰকাশকৰ । ৯ দিনত পঢ়ুৱৈয়ে ক্ৰয় কৰিলে ৫ কোটি ১০ লাখ টকাৰ গ্ৰন্থ

Journalist । ১২০ কোটিৰ “দুৰ্নীতি” ফাদিল! ঠিকাদাৰৰ ঘৰৰ টেংকিত উদ্ধাৰ বাতৰি সংগ্ৰহকাৰী সাংবাদিকৰ মৃতদেহ

Journalist । দুৰ্নীতিৰ বাতৰি প্ৰকাশ কৰাই কাল হ'ল এজন যুৱ সাংবাদিকৰ বাবে। ১২০ কোটিৰ "দুৰ্নীতি" ফাদিল কৰাৰ পাছতেই উদ্ধাৰ হ'ল বাতৰি প্ৰকাশ কৰা সাংবাদিকৰ নিথৰ দেহ। ঘটনা ছত্তিছগড়ৰ। মুকেশ চন্দ্ৰকাৰ (২৮) নাম সাংবাদিকজনে কোটিটকীয়া পথ প্ৰকল্পৰ দুৰ্নীতিৰ বিষয়ে কেইবাটাও বাতৰি প্ৰকাশ কৰিছিল। এই প্ৰকল্পত দুৰ্নীতি কেনেকৈ হৈছে, দুৰ্নীতিৰ মুৰব্বী কোন আদিকে ধৰি ইটোৰ পিছত সিটো তথ্য জনসাধাৰণৰ মাজলৈ লৈ আনিছিল সাংবাদিক মুকেশে। এই দুৰ্নীতিৰ তালিকাত নাম সাঙোৰ খাইছিল ঠিকাদাৰ সুৰেশ চন্দ্ৰশেখৰৰ।

New Year: নৱবৰ্ষত ত্যাগ কৰক এইকেইটা বদঅভ্যাস

সকলোৱে নিজকে স্ৱাস্থ্যৱান কৰি ৰাখিবলৈ যতন কৰে কিন্তু তাৰ মাজতেই দৈনন্দিন জীৱনত জানি শুনিও একোংশই কিছুমান বেয়া অভ্যাস গঢ়ি তোলা দেখিবলৈ পোৱা যায় যিবোৰ স্বাস্থ্যৰ প্ৰতি অতিকৈ হানিকাৰক।(New Year)

Popular