মুখ্য-পৃষ্ঠা

Jamugurihat। জামুগুৰিহাটৰ তৌভঙা বজাৰত নকল টকা উদ্ধাৰ

Jamugurihat। জামুগুৰিহাটৰ তৌভঙা বজাৰত নকল টকা উদ্ধাৰ

Delhi Assembly Election 2025: দিল্লীত পুনৰ আপ ক্ষমতালৈ আহিলে ১৮ হাজাৰ টকালৈ বৃদ্ধি পাব পুৰোহিতৰ দৰমহা

দিল্লীত পুনৰ আপ ক্ষমতালৈ আহিলে ১৮ হাজাৰ টকালৈ বৃদ্ধি পাব মন্দিৰৰ পুৰোহিত আৰু গুৰুদ্বাৰৰ গ্ৰন্থীসকলৰ দৰমহা। ৩১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব আঁচনিখনৰ বাবে পঞ্জীয়ন।(Delhi Assembly Election 2025)

Athiya Shetty Baby Bump: ২০২৫ত পিতৃ-মাতৃ হ’ব আথিয়া-ৰাহুল, প্ৰথমবাৰৰ বাবে বেবী বাম্প প্ৰদৰ্শন আথিয়া শ্বেট্টীৰ

নৱেম্বৰ মাহত আথিয়া শ্বেট্টী আৰু কে এল ৰাহুলে পিতৃ-মাতৃ হোৱাৰ ভাল খবৰটো নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল সামাজিক মাধ্যমত। শেহতীয়াকৈ মেলবৰ্ণ ক্ৰিকেট ষ্টেডিয়ামত গৰ্ভৱতী আথিয়া শ্বেট্টিয়ে নিজৰ বেবী বাম্প প্ৰদৰ্শন কৰা দেখা গৈছিল। অনুষ্কা শৰ্মাকো সেই সময়ত তেওঁৰ লগত দেখা গৈছিল।(Athiya Shetty Baby Bump)

Vitamin B12: দৈনিক খাব মগু দাইলৰ পানী, ভিটামিন বি ১২ৰ অভাৱ দূৰ হ’ব…

যদি কোনো ব্যক্তিৰ শৰীৰত ভিটামিন বি ১২ৰ অভাৱ হয় তেন্তে তেওঁ ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিবলৈ আৰম্ভ কৰে। ভিটামিন বি ১২ৰ অভাৱত দিনটো এলেহুৱা অনুভৱ কৰিব। ইয়াৰ উপৰিও হাত-ভৰি বিষাব পাৰে।(Vitamin B12)

Jimmy Carter: ১০০ বছৰ বয়সত মৃত্যু আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰ

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ দেহাৱসান। ১০০ বছৰ বয়সত মৃত্যু প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ।(Jimmy Carter)

Popular