মুখ্য-পৃষ্ঠা

Budh Rahu 2025: ২০২৫ত ৰাহু-বুধে মিলি ৩ ৰাশিৰ লোকৰ ভাগ্য উন্নত কৰিব, শুভ দিন আৰম্ভ হ’ব!

জ্যোতিষৰ মতে নতুন বছৰৰ আৰম্ভণিতে বুধ আৰু ৰাহুৰ সংযোগ হ’বলৈ গৈ আছে। বুধ আৰু ৰাহুৰ এই সংযোগে ৩ ৰাশিৰ লোকৰ ভাগ্য উন্নত কৰিব।(Budh Rahu 2025)

Ludo Cup football: লুড’ কাপ ফুটবল প্ৰতিযোগিতাঃ গোগামুখ স্প’ৰ্টছ একাডেমী চেম্পিয়ন

গোগামুখ নগৰ হাইস্কুল খেলপথাৰত(Ludo Cup football) অনুষ্ঠিত হৈ থকা লুড’ কাপ প্ৰাইজমাণি আৰু ট্ৰফি ফুটবল প্ৰতিযোগিতাত গোগামুখ স্প’ৰ্টছ একাডেমী চেম্পিয়নৰ খিতাপ দখল কৰিছে ৷

Assam Book Fair 2024: অসম গ্ৰন্থমেলাত “ভিন্ন সাহিত্য-ধাৰাৰ গ্ৰন্থ পঠনৰ আনন্দ” শীৰ্ষক আলোচনা সত্ৰ

বিষয় বস্তুৰ বিচিত্ৰতাই সাহিত্যক সমৃদ্ধ কৰেঃ ড° আনন্দ বৰমুদৈ। আমাৰ দেশখন সাধুকথাৰ দেশঃ মনোজ কুমাৰ গোস্বামী। চহকী অসমীয়া সাহিত্যৰ বিশ্ব পৰিচিতিৰ বাবে অনুবাদৰ প্ৰয়োজনঃ অপূৰ্ব শইকীয়া।(Assam Book Fair 2024)

Dr. Randeep Bora: প্ৰকাশৰ পথত ড° ৰণদ্বীপ বড়াৰ ‘নৰয় নদী এন্ধাৰত’

অসমীয়া সংগীতত গীতিকাৰ হিচাপে পৰিচিতি লাভ কৰিবলৈ সক্ষম হোৱা ড° ৰণদ্বীপ বড়াই এইবাৰ অসমীয়া গীতি সাহিত্যত নৱতম সংযোজন কৰিছে ‘নৰয় নদী এন্ধাৰত’ গীতৰ সংকলনৰ জৰিয়তে৷ (Dr. Randeep Bora)

Chandan Kumar Das: কৃতি শিক্ষক চন্দন কুমাৰ দাসক সম্বৰ্ধনা

বৰপেটা জিলা সমিতিৰ ২৮ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনত বৰপেটা জিলা শিক্ষা বিভাগৰ পৰা কৃতি শিক্ষক বটা লাভ কৰা শিক্ষক তথা বৰপেটা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি চন্দন কুমাৰ দাসক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।(Chandan Kumar Das)

Popular