মুখ্য-পৃষ্ঠা

Batadraba। বটদ্ৰৱাত নৃশংস কাণ্ড!চেতনা নাশক দ্ৰব্য খুৱাই যুৱতীক ছুৰিকাঘাত যুৱকৰ

Batadraba । প্ৰথমে চেতনা নাশক দ্ৰব্য খোৱাই অচেতন কৰে । হোটেললৈ মাতি নি চাওমিনৰ লগত চেতনা নাশক দ্ৰব্য খুৱাইছিল ।অভিযোগ অনুসৰি বিল্লাল উদ্দিন নামৰ যুৱকজনে প্ৰেমৰ প্ৰস্তাৱৰ দিছিল আকলিমাক। কিন্তু আকলিমাই সেই প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰে। যাৰ বাবেই বিল্লাল উদ্দিন এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।

Manmohan Singh funeral: পঞ্চভূতত বিলীন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ নশ্বৰ দেহ

প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশ্ববিখ্যাত অৰ্থনীতিবিদ ড০ মনমোহন সিঙৰ নশ্বৰ দেহ নিগমবোধ ঘাটত সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে বিলীন হ'ল পঞ্চভূতত।(Manmohan Singh funeral)

Winter Recipe: শীতত ধনীয়া আৰু বীটৰ সোৱাদ লওক এইদৰে

গৰম গৰম ভাত আৰু ধনীয়া চাটনি লগতে বীটৰ চালাড(Winter Recipe)। খাবলৈ যে কি সোৱাদ। গৰম ভাটৰ সৈতে ধনীয়া চাটনি লগতে বীটৰ চালাড আৰু কেঁচা সৰিয়হৰ তেলৰ মিশ্ৰণ অতি সোৱাদযুক্ত।

Chinaki Prokritir Asinaki Sadhu:গ্ৰন্থমেলাত মানস প্ৰতিম দত্তৰ ‘চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু’

এতিয়া গ্ৰন্থৰ বতৰ। চৌপাশে কেৱল নতুন কিতাপৰ বতৰা।(Chinaki Prokritir Asinaki Sadhu) এই গ্ৰন্থৰ বতৰতে এখন নতুন শিশু-কিশোৰ উপযোগী পৰিৱেশ বিষয়ক গ্ৰন্থই পাঠকসমাজৰ দৃষ্টি আকৰ্ষণ কৰিবকৈ সক্ষম হৈছে।

Skin Care: শীত কালত ছালৰ সৌন্দর্য বজাই ৰাখিব কেনেকৈ

আমি হয়তো ক্রীম বা ময়েশ্বৰাইজাৰ ব্যৱহাৰ কৰি এই সমস্যাৰ সমাধান কৰিব পাৰো, কিন্তু ইয়েই যথেষ্ট নহয়। আমি আমাৰ খাদ্যৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়াৰ প্ৰয়োজন।(Skin Care)

Popular