২০২৫ চন মংগল গ্ৰহ প্ৰভাৱিত বছৰ। কিছুমান বিশেষ কৌশল মানি চলিলে আমি এটা ভাল নতুন বছৰ পাৰ কৰিব পাৰো। বছৰৰ আৰম্ভণিৰ পৰাই এই টিপছবোৰ মানি চলিব লাগে।(New Year 2025)
সঘনাই প্ৰস্ৰাৱ কৰাটো এটা সাধাৰণ সমস্যা যেন লাগিব পাৰে, কিন্তু ই আপোনাৰ স্বাস্থ্যৰ বিষয়ে গুৰুতৰ ইংগিত দিব পাৰে। দিনটোৰ ভিতৰত যদি আপুনি বাৰে বাৰে শৌচাগাৰলৈ যায় তেন্তে এই সমস্যাটোক আওকাণ নকৰিব।(urine)