মুখ্য-পৃষ্ঠা

Relationship Tips: নিজৰ পছন্দৰ ছোৱালীক বিয়া কৰোৱাৰ পূৰ্বে পিতৃ-মাতৃৰ সন্মতিৰ কিয় প্ৰয়োজন?

নিজৰ পছন্দৰ ছোৱালীক বিয়া কৰোৱাৰ পূৰ্বে পিতৃ-মাতৃৰ পৰা সন্মতি লোৱাটো কিয় প্ৰয়োজন? প্ৰতিজন ল’ৰাই নিজৰ জীৱনত সিদ্ধান্ত ল’ব পৰাকৈ দায়বদ্ধ হৈ পৰে, কিন্তু গুৰুত্বপূৰ্ণ সিদ্ধান্তত পিতৃ-মাতৃৰ সন্মতি ল’লে তেতিয়া বহু সুবিধা লাভ কৰিব পাৰি।(Relationship Tips)

Dr. Muhiyyudeen: আল-শিফা ডাইগনষ্টিকৰ পৰিয়ালৰ তৰফৰ পৰা ডাঃ মূহিউদ্দিন লৈ সম্বৰ্ধনা জ্ঞাপন

ডাঃ মূহি উদ্দিনে এইবাৰ INISS,AIIMS সৰ্বভাৰতীয় পৰ্যায়ত 28 Rank আৰু commom merit list 18 Rank পাই AIIMS ত DM, Cardiology পঢ়াৰ সুযোগ লাভ কৰি ধুবুৰী তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনে।(Dr. Muhiyyudeen)

Allu Arjun: অভিনেতা আল্লু অৰ্জুনৰ বাসগৃহত আক্ৰমণ! ভাঙি চূৰমাৰ বাসগৃহৰ বহু সামগ্ৰী, সন্তানক নিৰাপদ স্থানলৈ স্থানান্তৰ

তেলেগু অভিনেতা আল্লু অৰ্জুনৰ বাসগৃহলৈ ধাৰাসাৰভাৱে শিলগুটি, বিলাহী নিক্ষেপ৷ ভাঙি চূৰমাৰ হৈছে বাসগৃহৰ বহু সামগ্ৰী৷(Allu Arjun)

Gandhi Family: নতুন দিল্লীৰ আইকনিক কোৱালিটি ৰেষ্টুৰেণ্টত গৰম গৰম চোলে ভাতুৰে সোৱাদ ল’লে গান্ধী পৰিয়ালে

ঠাণ্ডাত গৰম গৰম চোলে ভাতুৰে সোৱাদ ল'লে ৰাহুল-প্ৰিয়ংকা আৰু জোঁৱাইয়েক আৰু শাহু ছোনিয়াৰ গান্ধীয়ে।(Gandhi Family)

Child Marriage: ধুবুৰী জিলাত বাল্য বিবাহৰ লগত জড়িত ৬৮ জনক আটক

ধুবুৰী জিলাত বাল্য বিবাহৰ লগত জড়িত ৬৮  জনক আটক। সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাত বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ চলিল অভিযান।(Child Marriage)

Popular