মুখ্য-পৃষ্ঠা

Dihanam: শিৱসাগৰত ১০,১০১গৰাকী আই মাতৃৰ দিহানাম পৰিৱেশন

দিহানাম পৰিৱেশনেৰে অসম বুক অফ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰাৰ উদ্দেশ্যে এই বিশাল আয়োজন। শিৱসাগৰত ১০,১০১গৰাকী আই মাতৃৰ দিহানাম পৰিৱেশন।(Dihanam)

Brinjal: শীতকালত পুৰা বেঙেনা খাই নে? পুৰা বেঙেনাৰ আছে বহু উপকাৰিতা

বেঙেনাত থকা ভিটামিন আৰু খনিজ পদাৰ্থই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু হজম শক্তি উন্নত কৰে। কেলৰি কম আৰু আঁহ বেছি হোৱাৰ বাবে বেঙেনাই ওজন হ্ৰাসতো সহায় কৰে।(Eggplant)

Varun Dhawan: ‘দেশৰ হনুমান’ অমিত শ্বাহ: অভিনেতা বৰুণ ধাৱন!

'মানুহে তেওঁক ৰাজনীতিৰ 'চাণক্য' বুলি কয়, কিন্তু মোৰ মতে তেওঁ 'দেশৰ হনুমান''। অমিত শ্বাহক 'দেশৰ হনুমান' আখ্যা অভিনেতা বৰুণ ধাৱানৰ। (Varun Dhawan)

Travel Food: বিদেশলৈ গৈ সমস্যাত পৰে নিৰামিষভোজীসকল! বিশ্বৰ বহু দেশত নিৰামিষ খাদ্য সহজলভ্য নহয়

নিৰামিষভোজীসকল বিদেশলৈ গৈ খাদ্যৰ সমস্যাত পৰে। বিদেশলৈ যোৱাৰ আগতে কিছুমান কথা জানি ল'ব লাগে।(Travel Food)

Pushpa 2 Box Office Collection: অতি সোনকালে আহিব পুষ্পা-৩, মুক্তিৰ ১০ দিনত ১১৯০ কোটি টকা সংগ্ৰহ পুষ্পা-২ৰ

আল্লু অৰ্জুন অভিনীত ছবি ছবি ‘পুষ্পা ২: দ্য ৰুল’ ছবিখনে বক্স অফিচত ১০ দিন সম্পূৰ্ণ কৰিলে। প্ৰথম দিনাৰ পৰাই সুন্দৰ আৰম্ভণি কৰা এই ছবিখনে এসপ্তাহৰ ভিতৰতে ১০০০ কোটিৰো অধিক উপাৰ্জন কৰিছে। দশম দিনটোত ছবিখনে কিমান সংগ্ৰহ কৰিলে জানো আহক।(Pushpa 2 Box Office Collection)

Popular