মুখ্য-পৃষ্ঠা

Winter Juice: শীতকালত সুস্থ হৈ থাকিবলৈ খাব ABCৰ ৰস, এই ৰসৰ বিষয়ে জানক…

A for apple, B for beetroot আৰু C for carrot!শীতকালত সুস্থ হৈ থকাৰ মন্ত্ৰ হৈছে ABC ৰস, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লগতে এবিচিৰ ৰসে মেদবহুলতাৰ পৰাও সকাহ দিব।(Winter Juice)

Allu Arjun: কাৰাগাৰৰ পৰা মুকলি অভিনেতা আল্লু অৰ্জুন, পত্নী, পুত্ৰ-কন্যা আৱেগিক…

(Allu Arjun)জে'লৰ পৰা মুকলি হোৱাৰ পাছতে হায়দৰাবাদৰ জুবিলী হিলছত থকা বাসগৃহত উপস্থিত অভিনেতা আল্লু অৰ্জুন। আলিংগন আৰু মৰমৰ চুমাৰে পত্নীয়ে আদৰণি জনালে অভিনেতা আল্লু অৰ্জুনক।

Scientist Mihir Kanti Chowdhury:তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য, বিজ্ঞানী মিহিৰ কান্তি চৌধুৰীৰ পৰলোক

ওৰেটো জীৱন শিক্ষা সাধনাত ব্ৰতী আৰু শৈক্ষিক উৎকৰ্ষ সাধনত জড়িত ৰাজ্যখনৰ বিশিষ্ট শিক্ষাবিদ, বিজ্ঞানী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ(Tezpur University) প্ৰাক্তন উপাচাৰ্য প্ৰফেছৰ মিহিৰ কান্তি চৌধুৰীৰ(Scientist Mihir Kanti Chowdhury) পৰলোকপ্ৰাপ্তিৰ বাতৰিয়ে আজি শোকাচ্ছন্ন কৰে তেজপুৰ বিশ্ববিদ্যালয় চৌহদ৷(Vice-Chancellor)

Poet Mira Thakur:বিশিষ্ট কবি মীৰা ঠাকুৰৰ মৃত্যু, শোকস্তব্ধ সাহিত্যানুৰাগী

অসমৰ সাহিত্য জগতৰ বাবে এক দুখৰ খবৰ৷ ৰাজ্যৰ এগৰাকী বিশিষ্ট কবি মীৰা ঠাকুৰ(Poet Mira Thakur) আৰু নাই৷

Pushpa 2- The Rule:অভিনেতা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ, জামিনত মুক্তি

জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনক(Actor Allu Arjun) এক বিশেষ গোচৰত(Pushpa 2- The Rule) আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে সমগ্ৰ দেশজুৰি অভিনেতাগৰাকীৰ অনুৰাগীৰ মাজত হাহাকাৰ লাগে।

Popular