মুখ্য-পৃষ্ঠা

Pramod Boro: কোকৰাঝাৰত বহুভাষিক শব্দপুথি উন্মোচন কৰিলে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে

বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে আজি কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক কমপ্লেক্সত বহুভাষিক শব্দপুথি আনুষ্ঠানিকভাৱে উন্মোচন কৰে।(Pramod Boro)

Himanta Biswa Sarma: দিল্লীৰ পৰা ডুবাই অভিমুখী বিমানত কি ঘটনা ঘটিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ?

দিল্লীৰ পৰা ডুবাই অভিমুখী বিমানত মুখ্যমন্ত্ৰীৰ লগত ঘটিল এক ঘটনা।(Himanta Biswa Sarma) দিল্লীৰ পৰা ডুবাই লৈ যাত্ৰাৰ সময়ত বিমানত এজন যুৱকে মুখ্যমন্ত্ৰীক ব্যৱহাৰ কৰিবলৈ দিছিল ইণ্টাৰনেচনেল প্লাগ আৰু চার্জিং কেবল।

Horoscope: কৰ্মক্ষেত্ৰত কোনে কোনে স্বীকৃতি পাব, কোন ৰাশিৰ বাবে আজি দিনটো ভাল; আপোনাৰ আজিৰ ৰাশিফল ​​পঢ়ক

৯ এপ্ৰিলৰ দিনটো ১২টা ৰাশিৰ সকলোৰে বাবে কেনেকুৱা হ'ব। পঢ়ক মেষ, বৃষ, মিথুন ৰাশি, সিংহ, কন্যা, কৰ্কট, তুলা, বৃশ্চিক, মকৰ, ধনু, কুম্ভ আৰু মীন ৰাশিৰ দৈনিক ৰাশিফল।(Horoscope)

Gamosa: থলুৱা ফুলাম বিহুৱানেৰে ৰাজ্যৰ বিভিন্নজনক ৰঙালী শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

অসমৰ থলুৱা শিপিনীয়ে বৈ উলিওৱা ফুলাম বিহুৱানেৰে ৰঙালী বিহুৰ শুভেচ্ছা জনোৱা হ’ল ৰাজ্যৰ বিভিন্নজনক৷ (Gamosas)

বিশিষ্ট সাহিত্যিক, অভিনেত্ৰী গীতালী বৰুৱাৰ পৰলোক গমন ।Geetali Baruha

বিশিষ্ট সাহিত্যিক, অভিনেত্ৰী গীতালী বৰুৱাৰ পৰলোক গমন ।Geetali Baruha

Popular