মুখ্য-পৃষ্ঠা

Donald Trump: ‘প্ৰত্যাহাৰ নকৰো’: আমেৰিকাৰ শুল্কৰ নীতিকলৈ বিশ্বজুৰি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে ক’লে ট্ৰাম্পে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৈছে যে তেওঁ বিশ্বৰ বেছিভাগ(Donald Trump) দেশৰ ক্ষেত্ৰত আৰোপ কৰা শুল্ক প্ৰত্যাহাৰ নকৰে।

LPG price up Rs 50: ৫০ টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম, পেট্ৰ’ল-ডিজেলতো বাঢ়িল আৱকাৰী শুল্ক

মূল্যবৃদ্ধিৰ জুইত দগ্ধ দেশবাসীক পুনৰ গেছ আৰু তেলৰ শুল্ক বৃদ্ধিৰে মাধমাৰ শোধালে কেন্দ্ৰীয় চৰকাৰে।(LPG price up Rs 50) শেহতীয়া চৰকাৰী সিদ্ধান্ত অনুসৰি সমগ্ৰ দেশতে বাণিজ্যিক আৰু ঘৰুৱা উভয় শ্ৰেণীৰ এলপিজি চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে।

Allu Arjun: অভিনেতা আল্লু অৰ্জুনৰ জন্মদিন, কোন অভিনেত্ৰীয়ে হৃদয় ভাঙিছিল আল্লু অৰ্জুনৰ ?

পুষ্পা তাৰকা আল্লু অৰ্জুনৰ আজি ৪৩ সংখ্যক জন্মদিন।(Allu Arjun) দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে নিজৰ অনন্য নৃত্য শৈলী আৰু অভিনয়েৰে উদ্যোগটোত এক বিশেষ স্থান দখল কৰিছে।

Sachin Tendulkar: সপৰিয়ালে কাজিৰঙাত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ

দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ৷(Sachin Tendulkar)কাজিৰঙাত সপৰিয়ালে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ।

Deepika Padukone: চুহানা খানৰ মাতৃ চৰিত্ৰত অভিনয় কৰিব দীপিকা পাডুকনে, এইখন হ’ব দীপিকা আৰু শ্বাহৰুখৰ ষষ্ঠখন ছবি !

শ্বাহৰুখ খানৰ এটা ডাঙৰ খবৰ। শ্বাহৰুখ খানৰ নতুন ছবিত থাকিব পাৰে দীপিকা পাডুকন। এই ছবিখনত সুহানা খানৰ মাতৃৰ চৰিত্ৰত দীপিকাই অভিনয় কৰিব বুলিও খবৰ ওলাইছে।(Deepika Padukone)

Popular