মুখ্য-পৃষ্ঠা

Allu Arjun: ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰত মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিয়াললৈ ২৫ লাখ টকা ঘোষণা আল্লু অৰ্জুনৰ

হায়দৰাবাদৰ ষ্টাম্পেড কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আল্লু অৰ্জুনে এটা ভিডিঅ’ প্ৰকাশ কৰিছে। এই ঘটনাত তেওঁ মৃতকৰ পৰিয়ালক সহায়ৰ প্ৰতিশ্ৰুতি দিছে। তেওঁ আহত পুত্ৰৰ দায়িত্বও ল’ব।(Allu Arjun)

Cabinet Ministers: আজি কলাক্ষেত্রত চাৰি মন্ত্ৰীৰ শপত গ্রহণ অনুষ্ঠান

মন্ত্ৰী হিচাপে শপত ল'ব বিজেপিৰ ৪ বিধায়ক প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল, কৌশিক ৰায়ে৷(Cabinet Ministers)

Solo Painting Exhibition:শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেŽত্ৰত চিত্ৰশিল্পী পুষ্প গগৈৰ ‘একক চিত্ৰ প্ৰদৰ্শনী’

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যক ভাল পোৱা স্ব-শিক্ষিত শিল্পী ড০ পুষ্প গগৈৰ(Dr. Pushpa Gogoi) একক চিত্ৰ প্ৰদৰ্শনী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কলা ভৱনত চলি আছে।(Solo Painting Exhibition) বুধবাৰে বিয়লি চাৰি বজাত আৰম্ভ হোৱা চিত্ৰ প্ৰদৰ্শনীখনৰ দ্বাৰ মুকলি কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ(Srimanta Sankardev Kalakshetra) সচিব সুদৰ্শন ঠাকুৰে।

Dark Chocolate: চকলেট খাই ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত ৰাখক! কিন্তু এটা কথা মনত ৰাখিব

যদি আপুনি চকলেট খাই ভালপাই, তেন্তে এই খবৰটো আপোনাৰ বাবে। শেহতীয়াকৈ আমেৰিকাৰ এক অধ্যয়ন অনুসৰি সপ্তাহত পাঁচবাৰ ডাৰ্ক চকলেট খালে টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।(Dark Chocolate)

Farmers Protest: কৃষক বিদ্ৰোহত উত্তপ্ত পাঞ্জাৱ-হাৰিয়ানা! আজিৰে পৰা ‘দিল্লী চলো’ অভিযান

যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰাই শম্ভূ সীমান্তত বিক্ষোভ অব্যাহত ৰাখিছে কৃষকে। কিন্তু আজি প্ৰথমবাৰলৈ হাতত লৈছে দিল্লী যাত্ৰাৰ কাৰ্যসূচী। ইফালে আইন-শৃংখলাজনিত পৰিস্থিতিক লৈ অধিক কঠোৰ প্ৰশাসন।(Farmers Protest)

Popular