মুখ্য-পৃষ্ঠা

Milk With Ghee Benefits: গাখীৰৰ সৈতে মিহলাই খাওক এইবিধ সামগ্ৰী, হাড় আৰু টোপনিৰ সমস্যা নহ’ব

যদি আমি সুস্থ হ’ব বিচাৰো তেন্তে গাখীৰৰ সৈতে নিয়মিতভাৱে খাব লাগে ঘিউ, শৰীৰৰ লগতে হাড় আৰু টোপনিৰ কোনো সমস্যা নহ'ব।(Milk With Ghee Benefits)

IMDB 2024: ২০২৪ চনৰ আটাইতকৈ জনপ্ৰিয় তাৰকা হিচাপে পৰিগণিত এইগৰাকী অভিনেত্ৰী

এইগৰাকী সৌন্দৰ্য্যই ২০২৪ চনৰ আটাইতকৈ জনপ্ৰিয় তাৰকা হিচাপে পৰিগণিত হ’ল, ঐশ্বৰ্য-শ্বাহৰুখ-দীপিকাক পিছ পেলালে,IMDB ৰ সম্পূৰ্ণ তালিকা প্ৰকাশ।(IMDB 2024)

Banana: হালধীয়া, ৰঙা নে নীলা; কোন ৰঙৰ কল বেছি পুষ্টিকৰ?

কল এবিধ ফল যিটো প্ৰতিটো ঋতুতে সহজে পোৱা যায় আৰু সকলো বয়সৰ মানুহে কল ভাল পায়। কল কেৱল সুস্বাদু নহয়, পুষ্টিকৰ উপাদানৰে ভৰপূৰ।(Banana)

Pushpa 2 Premiere Collection: ছবিগৃহত মুক্তি লাভ পুষ্পা ২ৰ, মুক্তিৰ পূৰ্বে ছবিখনে উপাৰ্জন কৰিল ২১ কোটি

৫ ডিচেম্বৰ বৃহস্পতিবাৰে ছবিগৃহত মুক্তি লাভ কৰিলে আল্লু অৰ্জুন আৰু ৰশ্মিকা মাণ্ডন্নাৰ ছবি ‘পুষ্পা ২: দ্য ৰুল’এ। কিন্তু তাৰ আগতে ৪ ডিচেম্বৰত ছবিখনৰ প্ৰিমিয়াৰ হয়, য’ত ছবিখনে অভিলেখ ভংগ কৰি উপাৰ্জন কৰে। (Pushpa 2 Premiere Collection)

Banana Leaf: কলপাতত খাদ্য খাওক আৰু সুস্বাস্থ্য বজাই ৰাখক

ভাৰতৰ বহু ঠাইত কলৰ পাত ৰন্ধা-বঢ়া, মেৰিয়াই লোৱা আৰু খাদ্য পৰিবেশনৰ বাবে ব্যৱহাৰ কৰা হয়।(Banana Leaf) 

Popular