মুখ্য-পৃষ্ঠা

RBI:ৰিজাৰ্ভ বেংকৰ ঘোষণাঃ ২০০০ টকীয়া নোটৰ ৯৮.০৮% ঘূৰি আহিছে

সন্ত্ৰাসবাদীৰ হাতোৰাৰ পৰা দেশৰ অৰ্থনীতিক মুক্ত কৰা আৰু কলা ধন ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰি দিছিল(RBI)৷

Cabinetনিষিদ্ধ হ’ল গোমাংস, ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Cabinet।এতিয়াৰে পৰা ৰাজহুৱা স্থান, হোটেল-ৰেস্তোঁৰাত নিষিদ্ধ হ’ল গোমাংস, ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজিৰে পৰা অসমৰ কোনো হোটেল-ৰেষ্টুৰেণ্টত গোমাংস পৰিৱেশন কৰিব নোৱাৰিব। সামজিক অনুষ্ঠানতো গো-মাংস পৰিৱেশন নিষিদ্ধ হ’ব। অৰ্থাৎ ৰাজহুৱা স্থানতো গো-মাংস ভক্ষণ বা পৰিৱেশন কৰিব নোৱাৰিব।

Education and Teachers:বিষয়ঃ শিŽক্ষা আৰু শিŽক্ষক

এই পৃথিৱীত মানুহেই হ’ল একমাত্ৰ চিন্তাশীল জীৱ।(Education and Teachers) এই গুণটোৰ বাবেই মানুহক কোৱা হয় জীৱশ্ৰেষ্ঠ। চিন্তাশীল বা চিন্তাশক্তি বুলিলে যিখন ক্ষেত্ৰ চিহ্নিত কৰাহয়, সেই ক্ষেত্ৰখন হ’ল বৌদ্ধিক ক্ষেত্ৰ। বৌদ্ধিক ক্ষেত্ৰৰ বিকাশত যিখন ক্ষেত্ৰই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে সেই ক্ষেত্ৰখনেই হ’ল শৈক্ষিক ক্ষেত্ৰ।

UPPL । গোসাঁইগাঁৱৰ কাশিয়াবাৰীত ইউ পি পি এলৰ বিশাল জনসভা

গোসাঁইগাঁও মহকুমাৰ তথা বিটিচিৰ ৪ নম্বৰ যমদুৱাৰ সমষ্টিৰ কাশিয়াবাৰীত UPPL । ইউ পি পি এল দলৰ এখন আজি জন সভা অনুষ্ঠিত হয়। উক্ত বিশাল জন সভাত ইউ পি পি এল দলৰ নেতা কৰ্মী সকলে আগন্তুক বিটিচি নিৰ্বাচনৰ ওপৰত বক্তব্য দিয়াৰ উপৰি পূৰ্বৰ বিপিএফ চৰকাৰৰ কাম কাজক তীব্ৰ সমালোচনা কৰে।

Spiritual Journey:আধ্যাত্মিক যাত্ৰাৰ ১২ বছৰঃ এক ব্যক্তিগত প্ৰতিফলন

১৯৩৬ চনত প্ৰতিষ্ঠা হোৱা আধ্যাত্মিক(Spiritual Journey) প্ৰতিষ্ঠান প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় হৈছে আধ্যাত্মিক বিকাশ(Personal Reflection) আৰু ৰাজযোগৰ শিক্ষাৰ প্ৰসাৰৰ বাবে উৎসৰ্গিত সংস্থা।

Popular