মুখ্য-পৃষ্ঠা

Winter Bathing Tips: সাৱধান! শীতকালত গৰম পানীৰে গা ধোৱে নেকি? গৰম পানীৰে গা ধোৱা পৰিণতি ভয়ানক

শীতকালত গৰম পানীৰে গা ধুলে শৰীৰ সতেজ হোৱাই নহয় মানসিক আৰু শাৰীৰিক আৰামও পোৱা যায়। কিন্তু যদি আপুনি হৃদৰোগী তেন্তে শীতকালত গৰম পানীৰে গা নুধুব।(Winter Bathing Tips)

Dhakuakhana। নটসূৰ্য নাট সমাৰোহ ২০২৪ আৰম্ভ

Dhakuakhana। সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত 'নটসূর্য'ৰ ২৮সংখ্যক বার্ষিক নাট সমাৰোহ ৫দিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্রীশ্রী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত বর্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ । উদ্বোধনী নাট হিচাপে ঢকুৱাখনাৰ পৰা গৌৰৱ বৰুৱাৰ নেতৃত্বত অহা ভাস্কৰ বৰুৱাৰ ৰচিত আৰু পৰিচালিত, ঢকুৱাখনা এক্টিং একাডেমী প্রযোজিত নাটক 'মলখু' নাটখন মঞ্চস্থ কৰে।

Chaolung Sukaphaa:চাওলুং চুকাফা

উজনি বাৰ্মাৰ (ম্যানমাৰ) ইৰাৱতী আৰু চেলুইন নদীৰ মাজত অৱস্থিত এখন টাই ৰাজ্য মুং-ৰি-মুং-ৰাম।(Chaolung Sukaphaa) ৰাজ্যখনৰ কিছুমানলোকে ইৰাৱতী নৈ পাৰ হৈ মুং-মিত নামৰ এখন নতুন ৰাজ্য গঠন কৰে।

Angelic Bonds:বঙাইগাঁৱৰ নৱম শ্ৰেণীৰ ছাত্ৰৰ এমাজনত প্ৰকাশ গল্প পুথি, ১৯ দেশত মুকলি

বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী মাধ্যম)ৰ(Angelic Bonds) ১৭ বছৰীয়া ছাত্ৰ সন্দীপ বাকালীয়ে(Sandeep Bakali) এক অনন্য সাফল্য লাভ কৰিছে৷(Amazon) এই বয়সতে প্ৰকাশ কৰি উলিয়াইছে 'এঞ্জেলিক বণ্ডছ-দ্যা জাৰ্ণি অৱ ড্ৰীমছ, লাভ এণ্ড ৰেজিলিয়েন্স' (Angelic Bonds: The journey of Dreams, Love and resilience) শীৰ্ষক তেওঁৰ প্ৰথমখন গল্প পুথি৷

Mising Sports Carnival:মিচিং স্প’ৰ্টছ্‌ কাৰ্নিভেলৰ সামৰণি, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল ধেমাজি

মিচিং জনগোষ্ঠীৰ যুৱ প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আৰম্ভ কৰা মিচিং স্প’ৰ্টছ কাৰ্নিভেল(Mising Sports Carnival) বৰ্ণিল কাৰ্যসূচীৰে কালি পুৱতি নিশা সামৰণি পৰিছে৷

Popular