মুখ্য-পৃষ্ঠা

Aishwarya Rai: নামৰ পৰা ‘বচ্চন’ উপাধি আঁতৰালে ঐশ্বৰ্য ৰায়ে

ঐশ্বৰ্য ৰায়ে নামৰ পৰা ‘বচ্চন’ উপাধি আঁতৰালে! অনুৰাগীয়ে নায়িকাগৰাকীক সমৰ্থন জনাই। শেহতীয়াকৈ ডুবাইত আয়োজিত গ্ল’বেল উইমেনছ ফ’ৰামৰ এক অনুষ্ঠানত অংশ লৈছিল ঐশ্বৰ্যই।(Aishwarya Rai)

Katrina Kaif: কেটৰিনাৰ দৰে ছালৰগৰাকী হ’ব বিচাৰে নেকি? ৰাতি আৰু দিনত কি লগাব জানি লওক

অনুৰাগীসকল সদায় কেটৰিনা কাইফৰ সৌন্দৰ্য্যক লৈ কৌতুহলী। কি খায়, ছালৰ যত্ন কেনেকৈ লয়? তেওঁৰ ৰূপৰ ৰহস্যৰ বিষয়ে প্ৰায়ে চৰ্চাত।(Katrina Kaif)

Narendra Modi: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে মহিলা এছ পি জি কামাণ্ডো, ফটোখনক লৈ চৰ্চা সামাজিক মাধ্যমত

প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তাৰ দায়িত্বত মহিলা এছ পি জি কমাণ্ডো। মহিলা কমাণ্ডো গৰাকী বিশেষ সুৰক্ষা গোটৰ অংশ।(Narendra Modi)

Agninav Shiv Mandir: নাজিৰাৰ অগ্নিনাভ মন্দিৰত চুৰিকাণ্ড! চুৰে লুটি নিলে মন্দিৰৰ মূল শিৱ মূৰ্তি

অগ্নিনাভ মন্দিৰৰ মূল শিৱ মূৰ্তিৰ লগতে চুৰে লুটি নিলে ত্ৰিশূলসহ সোণ, ৰূপৰ আ-অলংকাৰ।(Agninav Shiv Mandir)ইতিমধ্যে উদ্ধাৰ কৰিছে সকলো চুৰি সামগ্ৰী।

Maharashtra: কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? মাজনিশা অমিত শ্বাহক সাক্ষাৎ মুখ্যমন্ত্ৰী শিণ্ডে, দেৱেন্দ্ৰ ফাড়নাবিছৰ

মাজনিশালৈকে শ্বাহৰ সৈতে বৈঠক মুখ্যমন্ত্ৰী একনাথ শিণ্ডে, দেৱেন্দ্ৰ ফাড়নাবিছৰ আৰু অজিত পাৱাৰ, পুনৰ মুম্বাইত সাক্ষাৎ কৰিব অমিত শ্বাহক! অৱশ্যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী কোন হ’ব সেয়া স্পষ্ট হোৱা নাই।(Maharashtra)

Popular