মুখ্য-পৃষ্ঠা

Sesame: তিলত প্ৰটিন আৰু কেলচিয়াম থাকে যদিও এই ৫ ৰোগীয়ে খাব নালাগে তিল

তিল খালে শৰীৰৰ বাবে বহুতো উপকাৰ হয়, কিন্তু এই তিল সকলোৱে খোৱা উচিত নহয়।(Sesame)

Assamese Hero:মহাবীৰ লাচিত বৰফুকন অসমীয়া বীৰ

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ(AJYCP) কেন্দ্রীয় সমিতিৰ সৌজন্যত কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ কুঁৱৰীটোলৰ গান্ধী খেলপথাৰত কেন্দ্ৰীয় ভাৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱস(Assamese Hero) উদযাপন কৰিছে।

Poetry recitation competition: নীৰেন বৰুৱা সোঁৱৰণী কবিতা আবৃত্তি প্ৰতিযোগিতা

নিউ আৰ্ট প্লেয়াৰ্ছ সাংস্কৃতিক প্ৰকল্পৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহত ২৪ নবেম্বৰতা নীৰেন বৰুৱা(Neeren Baruah) সোঁৱৰণী আবৃত্তি প্ৰতিযোগিতা(Poetry recitation competition) আয়োজন কৰে৷

AAP:’আপ’ৰ বিশ্বনাথ জিলাৰ সভাপতি মেহুৱেল বসুমতাৰীক অপসাৰণ

দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত আম আদমী পাৰ্টিৰ(AAP) বিশ্বনাথ জিলা(Bishwanath) সমিতিৰ সভাপতি মেহুৱেল বসুমতাৰীক দায়িত্বৰ পৰা অপসাৰণ(president Mehuel Basumatary removed) কৰা হৈছে।

Anil Kapoor: শ্বুটিঙৰ মাজতে পত্নীৰ সৈতে তাজমহল পৰিদৰ্শন অভিনেতা অনিল কাপুৰৰ

দেওবাৰে তাজমহল পৰিদৰ্শন কৰে চলচ্চিত্ৰ অভিনেতা অনিল কাপুৰ। যোৱা পাঁচ দিন ধৰি জয়পুৰ হাউচত চুবেদাৰ ছবিৰ শ্বুটিং কৰি আছে অভিনেতাগৰাকীয়ে। তেওঁক চাবলৈ তাজমহলত সমবেত হৈছিল তেওঁৰ অনুৰাগীসকল।(Anil Kapoor)

Popular