মহাৰাষ্ট্ৰৰ নাগপুৰ দক্ষিণ পশ্চিম আসনৰ পৰা আগবাঢ়ি আছে উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ। পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হোৱাৰ পাছত কিছু সময় পিছ পৰি ৰ’ল যদিও পিছত তেওঁ অগ্ৰগতি লাভ কৰে।(Devendra Fadnavis )
বায়ু প্ৰদূষণৰ ফলত পোহনীয়া জন্তুৰো শ্বাস-প্ৰশ্বাসজনিত সমস্যা হয়। বহু ক্ষেত্ৰত ছালত বিভিন্ন সমস্যাইও দেখা দিয়ে।(Pet Care Tips)পোহনীয়া জন্তুৰো চৰ্দি হ’ব পাৰে।