মুখ্য-পৃষ্ঠা

IIFA Digital Awards 2025: শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰী সন্মান লাভ কৃতি চেনন-বিক্ৰান্ত মেছিৰ, জানক কোনে কোনে লাভ কৰিলে শ্ৰেষ্ঠ ছবি-ৱেব ছিৰিজৰ খিতাপ

আই আই এফ এ ডিজিটেল বঁটা ২০২৫ জয়পুৰত অনুষ্ঠিত হয়, য’ত ‘অমৰ সিং চামকিলা’ই শ্ৰেষ্ঠ ছবি আৰু ‘পঞ্চায়ত ৩’ই শ্ৰেষ্ঠ ৱেব ছিৰিজৰ বঁটা লাভ কৰে। (IIFA Digital Awards 2025)কৃতি ছানন (ডো পট্টি) আৰু বিক্ৰান্ত মেছিয়ে (ছেক্টৰ ৩৬) লাভ কৰে শ্ৰেষ্ঠ অভিনয়ৰ বঁটা।

Mulank 4 : এই সমূহ তাৰিখত জন্ম লোৱা মানুহবোৰ মহাকুম্ভৰ মনালিছাৰ দৰে, হঠাতে লাভ কৰে ধন-সম্পত্তি, খ্য়াতি !

সংখ্যা বিজ্ঞানৰ মতে কিছুমান মানুহ অতি ভাগ্যৱান আৰু ৰাতিটোৰ ভিতৰতে ধন-সম্পত্তি, খ্যাতি লাভ কৰে। ৰাহুৰ প্ৰভাৱৰ বাবে তেওঁলোক হঠাতে সফল হৈ পৰে।(Mulank 4)

Anurag Saikia: IIFAৰ শ্ৰেষ্ঠ টাইটেল ট্ৰেকৰ সন্মান লাভ অসম সন্তান অনুৰাগ শইকীয়াৰ

অসম সন্তান অনুৰাগ শইকীয়াই লাভ কৰে IIFAৰ শ্ৰেষ্ঠ ট্ৰেকৰ সন্মান।(Anurag Saikia)'Ishq Hai' গীতটিৰ বাবে অনুৰাগ শইকীয়াই লাভ কৰে IIFAৰ শ্ৰেষ্ঠ টাইটেল ট্ৰেকৰ সন্মান।

Kakali Das: উত্তৰ প্ৰদেশৰ Amity Universityৰ দ্বাৰা আয়োজিত ৩৮ তম AIU আন্তঃবিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত উজলিল নলবাৰীৰ যুৱতী

উত্তৰ প্ৰদেশৰ Amity University ৰ দ্বাৰা আয়োজিত ৩৮ তম্ AIU আন্তঃবিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত উজলিল নলবাৰীৰ কাকলি দাস।(Kakali Das)

Hormonal problems: ৫টা হৰম’নৰ সমস্যাই নাৰীক সমস্যাত পেলাই, কেনেকৈ সমাধান কৰিব এই পাঁচ সমস্যা ?

মহিলাৰ জীৱন অতি কঠিন কাৰণ হৰম’নৰ ভাৰসাম্যহীনতাই তেওঁলোকৰ বহু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিন্তু সঠিক জীৱনশৈলী, (Hormonal problems) খাদ্যাভ্যাস আৰু চিকিৎসকৰ পৰামৰ্শৰ দ্বাৰা এনে সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

Popular