মুখ্য-পৃষ্ঠা

Assam Sahitya Sabha: অসম সাহিত্য সভাৰ যোৰহাট কাৰ্যনিৰ্বাহক অধিৱেশন, প্ৰতিনিধি সভাৰ দ্বাৰা নিৰ্বাচিত জিলা প্ৰতিনিধিয়েহে অংশগ্ৰহণ কৰিব পাৰিব

অসম সাহিত্য সভাৰ ২০২৫-২৭ কাৰ্যবৰ্ষৰ প্ৰথমখন কাৰ্যনিৰ্বাহক অধিৱেশন অহা ৯ মাৰ্চৰ দিনৰ ১০ বজাৰ পৰা যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ ওপৰ মহলাস্থিত নতুন প্ৰেক্ষাগৃহত অনুষ্ঠিত হʼব।(Assam Sahitya Sabha)

Tamannaah Vijay Breakup: তিনি বছৰ ডেটিঙৰ অন্তত ব্ৰেকআপ বিজয়-তমন্নাৰ !

শেহতীয়াকৈ একাংশ বাতৰিত দাবী কৰা হৈছে যে ৩ বছৰ ধৰি ডেটিং কৰাৰ পিছত তমমানাহ ভাটিয়া আৰু বিজয় ভাৰ্মাৰ সম্পৰ্কত বিচ্ছেদ। দুয়োৰে প্ৰথম লগ হৈছিল ‘লাষ্ট ষ্ট’ৰীজ ২’ৰ চেটত। ইয়াৰ পৰাই তেওঁলোকৰ সম্পৰ্কও আৰম্ভ হৈছিল।(Tamannaah Vijay Breakup)

Horoscope: মিথুন ৰাশিৰ লোকৰ পদোন্নতি হ’ব, তুলা ৰাশিৰ লোকে খৰচ নিয়ন্ত্ৰণ কৰিব, আজিৰ ৰাশিফল ​​পঢ়ক

৫ মাৰ্চত গ্ৰহৰ পৰিৱৰ্তনৰ বাবে ইয়াৰ প্ৰভাৱ সকলো ৰাশিৰ ওপৰত পৰিব। যাৰ ফলত ব্যৱসায়িক আৰু ব্যক্তিগত জীৱনত প্ৰভাৱ পৰিব। আজিৰ বাবে আপোনাৰ ৰাশিফল পঢ়ক।(Horoscope)

বিশ্বনাথৰ বালিচাং আদৰ্শ চিকিৎসালয়ত এন.এইচ.এম. কৰ্মীৰ কৰ্মবিৰতি । NHM

বিশ্বনাথৰ বালিচাং আদৰ্শ চিকিৎসালয়ত এন.এইচ.এম. কৰ্মীৰ কৰ্মবিৰতি । NHM

Vantara Inauguration: গুজৰাটৰ জামনগৰত বন্যপ্ৰাণী উদ্ধাৰ আৰু সংৰক্ষণ কেন্দ্ৰ বনতাৰা উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

গুজৰাটৰ জামনগৰত বনতাৰাৰ শুভ উদ্বোধন(Vantara Inauguration)প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্যপ্ৰাণী উদ্ধাৰ, পুনৰ্বাসন, আৰু সংৰক্ষণ কেন্দ্ৰ বনতাৰা উদ্বোধন কৰে। বন্যপ্ৰাণীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে পাৰ কৰিলে বহু সময়।

Popular