মুখ্য-পৃষ্ঠা

Tuesday: হনুমানৰ আশীৰ্বাদ পাবলৈ কৰ্পূৰ সৈতে মঙলবাৰে কৰক এই কাম !

হনুমানৰ আশীৰ্বাদ লাভৰ বাবে মঙলবাৰক বিশেষ দিন বুলি গণ্য কৰা হয়। এই দিনটোত হনুমানক পূজা কৰিলে সম্পূৰ্ণ উপকাৰ পোৱা যায় বুলি বিশ্বাস কৰা হয়। এনে পৰিস্থিতিত পিত্ত দোষ আৰু বাস্তু দোষৰ পৰা পৰিত্ৰাণ পাবলৈ কোনবোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি জানো আহক।(Tuesday)

IIT Baba: ৰাজস্থানৰ জয়পুৰত আটক IIT বাবা অভয় সিঙক

আই আই টি বাবা অভয় সিঙক গ্ৰেপ্তাৰ,(IIT Baba) আই আই টি বাবা অভয় সিঙে হোটেলৰ কোঠা এটাত গাঞ্জা পেকেট এটা উলিয়াই কলে- গাঞ্জাৰ প্ৰসাদ সোৱাদ ললো।

Sehri: ৰোজাৰ সময়ত পিয়াহ বা ভোক অনুভৱ নকৰিব, মাত্ৰ এইসমূহ খাদ্য চেহৰীত খাব !

পবিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে কালিৰে পৰা। উপবাসৰ সময়ত হাইড্ৰেটেড আৰু এনাৰ্জেটিক হৈ থাকিবলৈ চেহৰীৰ সময়ত এইসমূহ খাদ্য খাব পাৰে।(Sehri)

Narendra Modi: সিংহৰ ফটো তুলিলে প্ৰধানমন্ত্ৰী মোদীয়ে

গাড়ীৰ সন্মুখত এহাল সিংহ! গিৰ ছাফাৰীত পিএম মোদীয়ে ফটো তুলিলে সিংহৰ।(Narendra Modi) গুজৰাটত পুৱা জংঘল ছাফাৰী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

Asom Sahitya Sabha: ৯ মাৰ্চত যোৰহাটত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক অধিৱেশন

অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ ন-পুৰণি যুটীয়া বৈঠক আৰু প্ৰথম কাৰ্যনিৰ্বাহক অধিৱেশন অহা ৯ মাৰ্চ ২০২৫ তাৰিখ(Asom Sahitya Sabha) দেওবাৰে দিনৰ ১০ বজাৰ পৰা যোৰহাটত অনুষ্ঠিত হ'ব।

Popular