মুখ্য-পৃষ্ঠা

Rita Choudhury: সামাজিক মাধ্যমত অখিল গগৈলৈ মুকলি চিঠি ৰীতা চৌধুৰীৰ

বিগত দিন ধৰি অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীক বি বৰুৱা কলেজত নিযুক্তিক লৈ তীব্ৰ বাকযুদ্ধ চলি আছিল। এনে সময়তে অখিল গগৈলৈ বুলি সামাজিক মাধ্যমত মুকলিকৈ চিঠি ৰীতা চৌধুৰীয়ে।(Rita Choudhury)

Margherita: মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা প্রতিনিধি সভা অনুষ্ঠিত

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা এখন গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা আজি অনুষ্ঠিত হয়।(Margherita)

Ramadan: পবিত্র মাহ ৰমজান হৈছে আত্মশুদ্ধিৰ মাহ !

পবিত্র মাহে ৰমজান হৈছে ইমানদাৰ সকলৰ আনন্দৰ মাহ। মাহে ৰমজানত মুছলমান সকলে চোবেহ ছাদিক(Ramadan) (ৰাতিৰ শেষভাগ) ত চেহেৰী (খাদ্য) গ্রহণ কৰি প্ৰায় ১৪ পৰা ১৫ ঘন্টা সময় উপবাস থাকিব সূৰ্যাস্ত যোৱা পিছত হে ইফতাৰ গ্ৰহণ অৰ্থাৎ উপবাস ভংগ কৰাকে ৰোজা বুলি কোৱা হয়।

Chanakya Niti: কোনবোৰ কামৰ পিছত গা ধুব লাগে? নহ’লে আপোনাৰ স্বাস্থ্য আৰু ভাগ্য সলনি হ’ব !

ভাৰতৰ মহান দাৰ্শনিক আচাৰ্য চাণক্যৰ মতে এনেধৰণৰ ৩টা কাম আছে। এইবোৰ কাম কৰাৰ পিছত প্ৰতিজন ব্যক্তিয়ে গা ধুব লাগিব অন্যথা দুৰ্ভাগ্যই ঘৰত প্ৰৱেশ কৰিব।(Chanakya Niti)

Ramadan 2025: ৰোজা ৰখাত পিছ পৰি আছে পাকিস্তান, বিশ্বৰ শীৰ্ষ ৫ খন দেশ জানি লওক, যি কেইখন দেশ ৰোজা ৰখাত আগবাঢ়ি আছে !

আজিৰে পৰা পবিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে আৰু সকলো মুছলমানে ইজনে সিজনক ৰমজান মুবাৰক শুভেচ্ছা জনাইছে। জানি লওক কোনবোৰ দেশত মুছলমানসকলে আটাইতকৈ বেছি ৰোজা পালন কৰে।(Ramadan 2025)

Popular