মুখ্য-পৃষ্ঠা

The Modi Diet: ‘দ্য মোডী ডায়েট’ এ সলনি কৰিব অস্বাস্থ্যকৰ খাদ্যাভ্যাস! কি খাব লাগে, ক’লে…

'মোডী ডায়েট'ই সলনি কৰিব অস্বাস্থ্যকৰ খাদ্যাভ্যাস! কি খাব লাগে, ক'লে ‘জীৱনশৈলীৰ গুৰু’জনে।(The Modi Diet)

Daughter Wedding: কন্যাৰ বিয়াত এই ৪টা বস্তু কেতিয়াও উপহাৰ নিদিব পিতৃ-মাতৃয়ে ? আউল লাগিব সম্পৰ্কত !

কন্যাৰ বিয়াত বহু ধৰণৰ উপহাৰ দিয়াৰ পৰম্পৰা আছে, কিন্তু এই ৪ টা বস্তু কেতিয়াও দিয়া উচিত নহয়, নহলে কন্যাৰ বিবাহিত জীৱনটোত আউল লাগিব।(Daughter Wedding)

Dhakuakhana News: ঢকুৱাখনাত কেন্দ্ৰীয় পুঁজিৰে খহনীয়া প্ৰতিৰোধ আঁচনি সম্পন্ন

ঢকুৱাখনাত কেন্দ্ৰীয় পুঁজিৰে খহনীয়া প্ৰতিৰোধ আঁচনি সম্পন্ন(Dhakuakhana News)ঢকুৱাখনা বিধানসভা সমষ্টিত কেন্ত্রীয় চৰকাৰৰ প্ৰায় ৪৫ লাখ ৪৫ হাজাৰ ৭১৩ টকা ব্যয় সাপেক্ষ এখন ব্যয় বহুল খহনীয়া প্ৰতিৰোধ আঁচনিৰ গুণগত নিৰ্মাণ সম্পূৰ্ণ হৈছে ।

Trump-Zelensky: ড’নাল্ড ট্ৰাম্প আৰু জেলেনস্কিৰ মাজত তীব্ৰ বাকযুদ্ধ!

হোৱাইট হাউছত ৰুছ-ইউক্ৰেইনৰ যুদ্ধ অৱসানক লৈ বৈঠক। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত তীব্ৰ বাক-বিতণ্ডা। জেলেনস্কিক যুদ্ধ অৱসানৰ পৰামৰ্শ দিছিল ড'নাল্ড ট্ৰাম্পে। ইয়াৰ পাছতে দুয়োৰে মাজত তীব্ৰ বাকযুদ্ধ।(Trump-Zelensky)

Dhakuakhana News: অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখাৰ সহযোগত ঢকুৱাখনা বি.এড. মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখাৰ সহযোগত ঢকুৱাখনা বি.এড. মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন(Dhakuakhana News)

Popular