মুখ্য-পৃষ্ঠা

Maharashtra and Jharkhand Assembly Elections: আজি ঘোষণা হ’ব মহাৰাষ্ট্ৰ-ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়সূচী

মঙলবাৰে নিৰ্বাচন আয়োগে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব(Maharashtra and Jharkhand Assembly Elections) । তাৰোপৰি নিৰ্বাচন আয়োগে বহুকেইখন ৰাজ্যত হ'বলগা উপ-নিৰ্বাচনৰো দিন ঘোষণা কৰিব পাৰে ।

Obscene Remarks on Women: দেৱী দুর্গাৰ বিসৰ্জন চাবলৈ যোৱা মহিলাক উদ্দেশ্যি অশালীন মন্তব্যৰে যুৱকৰ ভিডিঅ’ প্ৰস্তুত

নাৰী সমাজক উদ্দেশ্যি অশ্লীল মন্তব্য কৰি ভিডিঅ' প্ৰস্তুত কৰিছিল গোৱালপাৰাৰ এজন যুৱকে(Obscene Remarks on Women) । সস্তীয়া জনপ্ৰিয়তা লাভৰ বাবে যুকজনে সেই ভিডিঅ' আপলোড কৰিছিল সামাজিক মাধ্যমত ।

Horoscope Today: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

১৫ অক্টোবৰ, মঙলবাৰ - আজি কুম্ভ ৰাশিত বিৰাজ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত আপোনাৰ ৰাশিত কেনে প্ৰভাৱ পৰিব ? পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল(Horoscope Today)...

Srimanta Sankardev’s Borgeet: সিংহলী ভাষাত পৰিৱেশন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত

অসম সন্তান অংকুৰণ দত্তৰ প্ৰশংসনীয় প্ৰয়াস । সিংহলী ভাষাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'নাৰায়ণ কাহে ভকতি কৰো তেৰা’ শীৰ্ষক বৰগীতটি পৰিৱেশন (Srimanta Sankardev's Borgeet)।

Chutia Students Union । বিভিন্ন কাৰণত ৰাজ্যজুৰি ওলাই আহিল চুতীয়া ছাত্ৰ সন্থাৰ সদস্যসকল

অসমৰ প্ৰাচীন ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্বশাসিত পৰিষদ (autonomous council)গঠন আৰু ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ দাবীত আজি তিতাবৰ নগৰৰ মাজমজিয়াত প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ন কৰে সদৌ যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাই (Chutia Students Union)।

Popular