আমাৰ দেশৰ এখন ৰে’ল য'ত যাত্ৰীসকলে খাবলৈ পায় বিনামূলীয়াকৈ খাদ্য(Free Food In Train) । পিছে এই ছুপাৰফাষ্ট ৰে’লখনৰ নাম, খাদ্য যোগানৰ পদ্ধতি আৰু এই ৰে’লখন কোনটো পথত চলে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।
চেন্নাইৰ মেৰিনা বিচত আয়োজিত এয়াৰ শ্ব’ত শোকাৱহ দুৰ্ঘটনা(Chennai Air Show Tragedy) । এই দুৰ্ঘটনাত দৰ্শকৰ মাজৰ ৪ গৰাকী লোকৰ মৃত্যু ঘটাৰ লগতে ২৩০ গৰাকী লোক আহত হৈছে। লক্ষাধিক লোকৰ ভিৰৰ বাবেই এই শোকাৱহ ঘটনাটো সংঘটিত হয়।
কোৱা হয় তেতেলী কোনো ফল নহয়, ই এক আৱেগ। সেইবাবেই বহুতে তেতেলী বহুত বেছি খায়। কিন্তু কিছু কিছু ক্ষেত্ৰত তেতেলী স্বাস্থ্যৰ বাবে অধিক উপকাৰী যদিও অপকাৰীও হয়।(Tamarind Side Effects)