মুখ্য-পৃষ্ঠা

Co-District status to Kaliabor : সমজিলাৰ তালিকাত সোমাল কলিয়াবৰ; এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল কলিয়াবৰবাসী

নগাওঁ জিলাৰ আয়ুক্তৰ উপস্থিতিত কলিয়াবৰ সমজিলা উদ্বোধন কৰিলে মন্ত্ৰী কেশৱ মহন্তই(Equal District status to Kaliabor) । উদ্বোধনৰ এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাৰ উপৰি কলিয়াবৰৰ বিভিন্ন দল সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি আৰু কলিয়াবৰীয়া ৰাইজ উপস্থিত থাকে।

World Laughter Day 2024: খোলা হাঁহি স্বাস্থ্যৰ বাবে উপকাৰী

হাঁহি থাকক, সুখত থাকক। আজি বিশ্ব হাঁহি দিৱস।মুকলিকৈ হাঁহিলে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়।(World Laughter Day 2024)

Toilet: বিপদত পৰিব! আপোনাৰ ঘৰত এটাতকৈ অধিক শৌচাগাৰ আছে নেকি?

আপোনাৰ ঘৰত এটাতকৈ অধিক শৌচাগাৰ আছে নেকি? কিয়নো এতিয়া আপুনি শৌচাগাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি কৰ দিব লাগিব।(Toilet)

Himanta Biswa Sarma: ২০২৬ত পুনৰ মুখ্যমন্ত্ৰী হ’ব ড॰ হিমন্ত বিশ্ব শৰ্মা: মন্ত্ৰী পীয়ূষ হাজৰিকা

২০২৬ত পুনৰ মুখ্যমন্ত্ৰী হ’ব ড॰ হিমন্তবিশ্ব শৰ্মা। এই কথা ঘোষণা মন্ত্ৰী পিয়ূষ হাজৰিকা।১৭ টা নিৰ্বাচনী কাৰ্যালয় মুকলি বিহালীত( Himanta Biswa Sarma)

Smart Meter: তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদঃ শৰাই আগবঢ়াই স্মাৰ্ট মিটাৰ গটাই দিলে বিদ্যুৎ বিভাগক

বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত তামোল-পাণ, অৰিহণাসহ শৰাই আগবঢ়াই স্মাৰ্ট মিটাৰ গতাই দিয়ে ৰাইজে। (Smart Meter)

Popular