মুখ্য-পৃষ্ঠা

International Senior Citizens’ Day মঙ্গলবাৰে আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱসত অংশগ্ৰহণ সাংকৃতিক মন্ত্ৰী বিমল বৰা

অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ সামাজিক ন্যায় আৰু সবলীকৰণৰ সঞ্চালকালয়ৰ উদ্যোগত আৰু জ্যেষ্ঠ নাগৰিক সন্থা অসমৰ সহযোগত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস (International Senior Citizens' Day) মঙ্গলবাৰে পালন কৰা হয় ।

Tirupati Mandir Laddu controversy: ৰাজনীতিৰ পৰা দেৱতাক আঁতৰাই ৰাখিব লাগেঃ উচ্চতম ন্যায়ালয়

উচচতম ন্যায়ালয়ে তিৰুপতি মন্দিৰৰ লাডুত পশুৰ চৰ্বি থকা ঘিউৰ দাবী সন্দৰ্ভত প্ৰমাণ বিচৰাৰ সমান্তৰালকৈ ধৰ্মক ৰাজনীতিৰ বাহিৰত ৰাখিবলৈ আহ্বান জনায়।(Tirupati Mandir Laddu controversy)

Rajmata-Gaumata: গৰুক ‘ৰাজমাতা-গৌমাতা’ হিচাপে ঘোষণা কৰিলে মহাৰাষ্ট্ৰৰ চৰকাৰে

মহাৰাষ্ট্ৰৰ চৰকাৰে গৰুক ‘ৰাজমাতা-গৌমাতা’ হিচাপে ঘোষণা কৰিলে। সোমবাৰে মহাৰাষ্ট্ৰ চৰকাৰে তেওঁলোকক ৰাজমাতা-গোমাতাৰ মৰ্যাদা প্ৰদান কৰে।(Rajmata-Gaumata)

Dibrugarh:ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ কোটোহা ন-গাৱঁৰ নিতুমনি কোঁৱৰ নামৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱতীৰ কৰুণ কাহিনী

Dibrugarh:ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ কোটোহা ন-গাৱঁৰ নিতুমনি কোঁৱৰ নামৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱতীৰ কৰুণ কাহিনী

Pabitra Margherita : চাৰিখন দেশৰ ৯ দিনীয়া ভ্ৰমণসূচী আৰম্ভ কৰিছে বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

(Pabitra Margherita) বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই চাৰিখন দেশলৈ ৯ দিনীয়া চৰকাৰী ভ্ৰমণ আৰম্ভ কৰিছে। মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৩০ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ (Mexico) মেক্সিকোত থাকিব, মেক্সিকোৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড০ ক্লডিয়া শ্বেইনবাউমৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিব। মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ভ্ৰমণ আৰু শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণে দুয়োখন দেশৰ উল্লেখযোগ্য ৰাজনৈতিক আৰু অৰ্থনৈতিক অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰা মেক্সিকোৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ভাৰতৰ দায়বদ্ধতাক উজ্জ্বল কৰি তুলিছে।(Mexico, Grenada, Barbados, and Antigua and Barbuda)মেক্সিকো ভ্ৰমণৰ পিছত মন্ত্ৰীজনে গ্ৰেনাডা (২-৪ অক্টোবৰ), বাৰ্বাডোছ (৪-৬ অক্টোবৰ) আৰু এণ্টিগুৱা আৰু বাৰ্বুডা (৬-৮ অক্টোবৰ) ভ্ৰমণ কৰিব।

Popular