আমেৰিকাত ভাৰতীয় মূলৰ প্ৰায় ৫০ লাখ লোক বাস কৰাৰ বাবে নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত এইসকল ভোটাৰে এক প্ৰকাৰে নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে।(us presidential election 2024)
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে ৩ টাকৈ ছুপাৰ কম্পিউটাৰ। ২০৩৫ চনৰ ভিতৰত মহাকাশত নিজাকৈ মহাকাশ কেন্দ্ৰ স্থাপন কৰিব ভাৰতে।(India to set Space Station)