মুখ্য-পৃষ্ঠা

Durga Pujaদুৰ্গোৎসৱৰ প্ৰাকক্ষণত পথ-সুৰক্ষাকলৈ অধিক সতৰ্ক পৰিবহণ বিভাগ

Durga Pujaদুৰ্গোৎসৱৰ প্ৰাকক্ষণত পথ-সুৰক্ষাকলৈ অধিক সতৰ্ক পৰিবহণ বিভাগদুৰ্গোৎসৱৰ প্ৰাকক্ষণত পথ-সুৰক্ষাকলৈ অধিক সতৰ্ক পৰিবহণ বিভাগ ৷ ৩০ছেপ্টেম্বৰৰ ভিতৰত সকলো শ্ৰেণীৰ যান-বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি আগন্তুক দুৰ্গাপূজাৰ প্ৰাকক্ষণত ৰাজ্যৰ ৰাজপথত পথ-সুৰক্ষা নিশ্চিত কৰাৰ আহ্বান জনাইছে পৰিবহণ বিভাগে

AGP foundation day অক্টোবৰত ডিব্ৰুগড়ৰ জেৰাইত অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

AGP foundation day ১৪ অক্টোবৰত ।Dibrugarh ডিব্ৰুগড়ৰ জেৰাইত অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস।অসমৰ আঞ্চলিকতাবাদৰ ধ্বজাবাহক অসম গণ পৰিষদে ১৪ অক্টোবৰত ৪০সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব। ডিব্ৰুগড় জিলাৰ Jerai জেৰাইত কেন্দ্ৰীয়ভাৱে অনুষ্ঠানটি অনুষ্ঠিত হোৱাৰ লগতে প্ৰতিটো বিধানসভা সমষ্টিত প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ব।

Dispur Press Club: দিছপুৰ প্ৰেছ ক্লাবৰ ২০২৪ বৰ্ষৰ বঁটা প্ৰাপকৰ নাম ঘোষণা

ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই অহা বিশিষ্ট ব্যক্তি সকলৰ মাজৰ পৰা একাংশক নিৰ্বাচিত কৰি প্ৰতি বছৰে দিছপুৰ প্ৰেছ ক্লাবে এই বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰি বঁটা প্ৰদানেৰে সমাজৰ বাবে ভাল কাম কৰাৰ বাবে তেওঁ লোকক নিজৰ কৰ্ম ক্ষেত্ৰত আগুৱাই যোৱাৰ প্ৰেৰণা যোগাই আহিছে।(Dispur Press Club)

autumn season: শৰতৰ আগমনৰ লগে লগে প্ৰকৃতিও মতলিয়া৷ শিল্পীয়েও গায় কহুঁৱা বন অশান্ত মন শীৰ্ষক গান

শৰতৰ আগমনৰ লগে লগে প্ৰকৃতিও মতলিয়া৷ শিল্পীয়েও গায় কহুঁৱা বন অশান্ত মন শীৰ্ষক গান। প্ৰকৃতিয়ে সাজোন-কাচোন কৰিছে যেন শৰতৰ আগমনৰ বতৰা পায়৷(autumn season)

Darrang News: দশম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰৰ

দৰঙৰ মহলীয়াপাৰা পদুম পুখুৰী হাইস্কুলত অঘটন। দশম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত প্ৰান গ’ল নৱম শ্ৰেণীৰ ছাত্ৰৰ। অভিজিৎ বৰুৱাসহ ৩ ছাত্ৰক আটক। (Darrang News)

Popular