মুখ্য-পৃষ্ঠা

Over land fight মাটি বাৰীৰ কাজিয়া লৈ ভয়ঙ্কৰ পৰিণতি

Over land fight মাটি বাৰীৰ কাজিয়া লৈ ভয়ঙ্কৰ পৰিণতি ।নষ্ট কৰিলে ২ বিঘা পুখুৰীৰ মাছ ।বিষাক্ত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি ১১বিঘা ধান খেতি নষ্ট কৰিলে আৰু 2 বিঘা পুখুৰীত বিষ প্রয়োগ কৰি লাখ লাখ টকাৰ মাছ নিধন কৰিলে ।

Natasa-Hardik Meeting: বিবাহ বিচ্ছেদৰ দুমাহৰ পিছত মুখামুখি নাটাছা-হাৰ্ডিক

নাটাছা ষ্টেনকভিচ আৰু হাৰ্দিক পাণ্ডিয়াৰ বিবাহ বিচ্ছেদৰ ২ মাহ হ’ল। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে এটা ভিডিঅ’, য’ত দেখা গৈছে দুয়োৰে বিবাহ বিচ্ছেদৰ ২ মাহৰ পিছত লগ পোৱা।(Natasa-Hardik Meeting)

Arvind Kejriwal: ‘জনতা কি আদালত’ত মোহন ভাগৱতক কেইবাটাও প্ৰশ্ন কেজৰিৱালৰ! অৱসৰৰ বয়সৰ নীতি মোদীৰ ক্ষেত্ৰত নাখাটে কিয়?

কেজৰিৱালে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতক প্ৰশ্ন কৰে-বিজেপিয়ে কেন্দ্ৰীয় সংস্থাসমূহ ব্যৱহাৰ কৰি দলসমূহ ভাঙি বিৰোধী চৰকাৰক উৎখাত কৰাৰ লগতে ‘‘দুৰ্নীতিগ্ৰস্ত’’ নেতাক ক্ষমতাত বহুওৱাৰ কৌশলক আৰএছএছে সমৰ্থন কৰে নেকি?(Arvind Kejriwal)

Junmoni Rabha:জোনমনি ৰাভাৰ মৃত্যুৰ চি বি আইৰ প্ৰতিবেদনৰ ভিত্তিত আৰম্ভ বিভাগীয় তদন্ত

জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ চি বি আইৰ তদন্তৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি নগাঁৱৰ ৭ জন আৰক্ষী বিষয়াৰ বিৰুদ্ধে আৰম্ভ হ’ব বিভাগীয় তদন্ত।(Junmoni Rabha)

Navratri Colours 2024: নৱৰাত্ৰিত কোনটো ৰঙৰ কাপোৰ কেতিয়া পিন্ধিব

নৱৰাত্ৰিৰ ৯ দিনত মাতৃ দুৰ্গাৰ ৯টা ৰূপ পূজা কৰা হয়। ৯ গৰাকী দেৱীৰ প্ৰিয় ৰং, প্ৰসাদ আৰু পূজা পদ্ধতি ৯ দিনৰ বাবে। ৯ দিনত কোনটো ৰং পিন্ধিলে শুভ ফল পোৱা যায় এই বিষয়ে বহুতে নাজানে।(Navratri Colours 2024)

Popular