Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
মুখ্য-পৃষ্ঠা
MGNREGA: সলনি হ’ল MGNREGA আঁচনিৰ নাম
Baby winter tips: শীতকালত শিশুক সপ্তাহত কেইবাৰ গা ধুৱাব লাগে ?
Steffi Gogoi: আমেৰিকাত উজলিল অসমৰ জীয়ৰী ষ্টেফী গগৈ
Jinki Mili Online Trading:ডিব্ৰুগড় সদৰ থানাত জিংকি মিলি
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 20, 2024
Online Trading:জিংকিয়ে ক’লে, “চুমী-বিশালৰ ট্ৰেডিং কেলেংকাৰীত মই জড়িত নহয়। সেইকাৰণে নিজকে সুৰক্ষিত ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি হাজিৰ হৈছিলোঁ। আজি মোৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিলো। যিমানখিনি সহযোগিতা মোৰ ফালৰ পৰা লাগে মই কৰিম।”
Mising Autonomous Council: মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা অবিহনে আন্দোলন অব্যাহত থাকিব
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 20, 2024
লখিমপুৰ জিলাৰ ঘুণাসূঁতিস্থিত ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা উক্ত বাঃতাক সমাৰোহত লখিমপুৰ জিলাৰ ২০১ টা বাঃতাক কৗবাঙৰ ১০ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ৷ সমােৰোহত উপস্থিত থাকি জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূবন পেগুৱে কয় যে, ষষ্ঠ অনুসূচী কিম্বা সাংবিধানিক মৰ্যাদা আমাৰ প্ৰাপ্য অধিকাৰ ৷ আমাৰ প্ৰাপ্য অধিকাৰৰ বাবে আমি দীৰ্ঘদিন আন্দোলন কৰি আহিছোঁ আমাৰ প্ৰাপ্য অবিহনে আমাৰ আন্দোলন স্তব্ধ নহয়
Smart meters: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ বিক্ষোভ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 20, 2024
(Smart meters)বিভিন্ন দল-সংগঠনে শেহতীয়াকৈ ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে স্মাৰ্ট মিটাৰ সংযোগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ।বিৰোধী ঐক্য মঞ্চই গুৱাহাটীৰ পল্টনবজাৰস্থিত বিজুলী ভৱনত বৃহৎ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে । কংগ্ৰেছৰ নেতৃত্বত ঐক্য মঞ্চৰ অধীনৰ বিৰোধী দলসমূহে বিজুলী ভৱন ঘেৰাও কৰে । অসম চৰকাৰ তথা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে শ শ নেতা-কৰ্মীয়ে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে
Auspicious Bhado Month: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদমহীয়া নামৰ সামৰণি
অসম
দৈনন্দিন বাৰ্তা
-
September 20, 2024
ভাদ মাহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাব তথা মহাপ্ৰয়াণ হোৱা বাবে অসমৰ জনজীৱনত ভাদ মাহক পৱিত্ৰ জ্ঞান কৰি অহা হৈছে অতীজৰে পৰা।(auspicious bhado month)
Oil and gas drilling in Gibbon Sanctuary: গিবনত তেল-গেছ খননৰ সিদ্ধান্তৰ কঠোৰ বিৰোধিতা আটাছুৰ
অসম
দৈনন্দিন বাৰ্তা
-
September 20, 2024
গিবন অভয়াৰণ্যত এটা আঁচোৰ পৰিবলৈ দিয়া নহ’ব। নহ'লে প্ৰবল প্ৰতিবাদ গঢ়ি তোলা হ’ব। এই মন্তব্য আটাছুৰ।(Oil and gas drilling in Gibbon Sanctuary)
1
...
672
673
674
...
2,246
Page 673 of 2,246
Popular
MGNREGA: সলনি হ’ল MGNREGA আঁচনিৰ নাম
দৈনন্দিন বাৰ্তা
-
December 19, 2025