Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
মুখ্য-পৃষ্ঠা
MGNREGA: সলনি হ’ল MGNREGA আঁচনিৰ নাম
Baby winter tips: শীতকালত শিশুক সপ্তাহত কেইবাৰ গা ধুৱাব লাগে ?
Steffi Gogoi: আমেৰিকাত উজলিল অসমৰ জীয়ৰী ষ্টেফী গগৈ
Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 19, 2024
শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে (Chandrababu Naidu)বিখ্যাত তিৰুপতি মন্দিৰৰ লাডুত পশুৰ চৰ্বি ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে তিৰুপতিৰ লাডুক লৈ বিবাদৰ সূত্ৰপাত ঘটিছে।Tirupati temple
Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 19, 2024
Delhi Chief Minister দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ'ব ?.উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰাৰ পিছতে কেজৰিৱালে কাৰাগাৰৰ পৰা বাহিৰলৈ আহিবলৈ সক্ষম হৈছে। কাৰাগাৰৰ পৰা ওলায়েই তেওঁ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব বুলি ঘোষণা কৰিছিল আৰু তেওঁৰ স্থানত দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লেনানা (Atishi Marlenana)
Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 19, 2024
চৰকাৰ আৰু বিভাগীয় কতৃপক্ষই বলপূর্বক ৰাইজৰ মুৰত জাপি দিয়া স্মাৰ্ট মিটাৰে ৰাজ্যবাসীক জ্বলা-কলা খোৱাই থকাক লৈ ডিমৌৰ কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে ৰাইজৰ সহযোগত ডিমৌৰ বিভাগীয় কাৰ্যালয় সন্মুখত প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি দুখিয়া-দৰিদ্ৰ লোকৰ তেজ খোৱা স্মার্ট মিটাৰ সমুহ শীঘ্রেই এৰোৱাই আনিবলৈ দাবী জনাইছিল। কিন্তু বিভাগীয় কতৃপক্ষই ৰাইজৰ দাবীৰ প্ৰতি কোনো কাৰণতে গুৰুত্ব নিদিলে। সেয়ে আজি পুনৰ খাটি খোৱা ৰাইজে ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনি শৰাইত অসমীয়া পৰম্পৰাৰে কলপাতেৰে সজাই এপিডিচিএল কতৃপক্ষক চমজাই দিয়েহি। (Smart Meter)
MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 19, 2024
MISING AUTONOMOUS COUNCIL: অসমৰ দ্বিতীয় বৃহৎ জনজাতি মিচিংসকলৰ লগতে মিচিং অধ্যুষিত অঞ্চলত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ ক'লা-সংস্কৃতি, শৈক্ষিক, আর্থ-সামাজিক তথা সর্বতো প্ৰকাৰৰ উন্নয়নৰ উদ্দেশ্যে অসম চৰকাৰৰ দ্বাৰা গঠন কৰা হৈছে মিচিৎ স্বায়ত্তশাসিত পৰিষদ ৷ ২০১৩ চনৰ পৰা মিচিংং জনজাতিসকলৰ লগতে পৰিষদত আহোম, গোর্খা আৰু বড়ো, ৰাভাকে ধৰি বহু জনগোষ্ঠীয়ে পৰিষদত ভোট দি আহিছে ৷ আহোম, বড়ো, গোৰ্খা প্ৰতিনিধিয়ে নিৰ্বাচন আয়োগৰ দ্বাৰা সাংবিধানিক ভাৱে পৰিচালিত নির্বাচনত অংশগ্ৰহণ কৰি পৰিষদৰ নেতৃত্ব লৈ গৌৰৱেৰে দহটা বছৰ সম্পূৰ্ণ কৰিছে ।
Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 19, 2024
Cyber Crime : মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত চাইবাৰ অপৰাধীৰ সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ সংবাদ মেল সম্বোধন। অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই মৈৰাবাৰীৰ পৰা ৫ জন লাহৰীঘাটৰ পৰা ৪ জন মানিফ্ৰৰ্ডৰ সৈতে জড়িত চাইবাৰ অপৰাধীক আটক কৰে।
1
...
674
675
676
...
2,246
Page 675 of 2,246
Popular
MGNREGA: সলনি হ’ল MGNREGA আঁচনিৰ নাম
দৈনন্দিন বাৰ্তা
-
December 19, 2025