মুখ্য-পৃষ্ঠা

Swacchata hi seva: স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাবে অসমত ৩৫০০ গছপুলি ৰোপণ

অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালে অসমত আনুষ্ঠানিকভাৱে মুকলি কৰিলে স্বচ্ছতাই সেৱা শীৰ্ষক পষেকীয়া অভিযান(Swachhata Hi Seva campaign) । জল শক্তি মন্ত্ৰালয় আৰু গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ নেতৃত্বত আৰম্ভ হোৱা স্বচ্ছতাই সেৱা শীৰ্ষক এই অভিযান ২০২৪ চনৰ ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চলিব আৰু স্বচ্ছ ভাৰত দিৱসৰ দিনাখন অন্ত পৰিব।

Food Processing Industry: ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডৰ সম্প্ৰসাৰিত দিগন্ত; অৰ্থনৈতিক শ্ৰীবৃদ্ধিত উল্লেখযোগ্য ভূমিকা

চৰকাৰৰ প্ৰগতিশীল নীতিগত পদক্ষেপ আৰু হস্তক্ষেপৰ ফলত ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডই শেহতীয়া বছৰবোৰত এক উল্লেখযোগ্য প্ৰদৰ্শন আগবঢ়াইছে(Food Processing Industry) । ২০২২-২৩ চনত সমাপ্ত হোৱা বিত্তীয় বৰ্ষলৈকে উৎপাদনৰ ক্ষেত্ৰত সংযোজিত মুঠ মূল্য (Gross Value Added)ত ৭.৬৬% আৰু কৃষিৰ সংযোজিত মুঠ মূল্যত(agricultural GVA) ৮.৪৫% অৰিহণা যোগাইছে।

Cabinet approves Pm’s Tribal Advanced Gram Abhiyanপ্ৰধান মন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানত কেবিনেটৰ অনুমোদন

Cabinet approves Pm's Tribal Advanced Gram Abhiyanপ্ৰধান মন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানত কেবিনেটৰ অনুমোদন

AASU: আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নিযুক্তি, চৰ্জুন হান্সেৰ হাতত গধুৰ দায়িত্ব

AASU: আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নিযুক্তি, চৰ্জুন হান্সেৰ হাতত গধুৰ দায়িত্ব

Major Infra Projects Launched: টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল দেশৰ বাবে উচৰ্গা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে ভি অ’ চিদাম্বৰনাৰ বন্দৰত টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ টাৰ্মিনেল (টি আই চি টি) দেশবাসীৰ বাবে উৎসৰ্গা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মূল আন্তঃগাঁথনি প্ৰকল্পও উদ্বোধন কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে(Major Infra Projects Launched)।

Popular