মুখ্য-পৃষ্ঠা

eating eggs can make your brain sharper: কণী খালে আপোনাৰ মগজু চোকা হ’ব পাৰে! অধ্যয়নত প্ৰকাশ

চিন্তা, বুজা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাক জ্ঞান শক্তি বোলা হয়। বয়স বৃদ্ধিৰ লগে লগে জ্ঞান আৰু মনৰ শক্তি কমিবলৈ আৰম্ভ কৰে। বেছিভাগ মানুহৰে ক্ষেত্ৰত এনেকুৱা হয়। স্মৃতি শক্তি ভালে ৰাখিবলৈ কণী খোৱাৰ আৰম্ভ কৰক।(eating eggs can make your brain sharper)

Atishi Marlena Speech: দিল্লীৰ মুখ্যমন্ত্ৰী হৈ প্ৰথমে কি ক’লে আতিশী মাৰ্লেনাই

দিল্লীৰ মনোনীত মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই তেওঁক অভিনন্দন বা মালা নিপিন্ধাবলৈ ৰাইজক আহ্বান জনাইছে। আনহাতে কেজৰিৱালৰ পদত্যাগৰ বাবে দুখী দিল্লীৰ জনসাধাৰণ।(Delhi New CM Atishi marlena 1st Speech)

Dhing Minor Rape Case: ধিং কাণ্ডৰ অভিযুক্ত তফাজ্জুলৰ মৃত্যুক লৈ বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ প্ৰতিক্ৰিয়া

ধিঙৰ এগৰাকী কিশোৰীৰ লগত হোৱা ধৰ্ষণকাণ্ডৰ(Dhing Minor Rape Case) অভিযুক্ত তফাজ্জুল হুছেইনৰ মৃত্যুক লৈ বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ(Opposition Leader Debabrata Saikia) প্ৰতিক্ৰিয়া প্ৰকাশ। আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা এই ধিং কাণ্ডৰ অন্যতম অভিযুক্ত বুলি উল্লেখ কৰি প্ৰচাৰ কৰা ফটোখনত থকা যুৱকজন তফাজ্জুলৰ নহয় বুলি পিতৃয়ে দাবী কৰিছে বুলিও সংবাদ মাধ্যমৰ আগত কয় শইকীয়াই ।

Delhi CM: অৰবিন্দ কেজৰিৱালে কিয় আতিশীক দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিলে

দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী এতিয়া দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব। আজি তেওঁ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হয়। অৱশ্যে এই সিদ্ধান্তত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিছিল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আম আদমি পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আতিশী। ২০১৩ চনত আম আদমী পাৰ্টিয়ে যেতিয়া প্ৰথম ইস্তাহাৰৰ খচৰা প্ৰকাশ কৰিছিল, তেতিয়া আতিশিকো তাত স্থান দিয়া হৈছিল।(why Arvind Kejriwal picks Atishi as new Delhi CM)

Gauhati HC on Dhing rape case: ধিং কাণ্ডৰ অভিযুক্ত তফাজ্জুলৰ মৃত্যুক লৈ ন্যায়ালয়ৰ কঠোৰ স্থিতি; চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ

ধিঙৰ ধৰ্ষণকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ হৈ মৃত্যু বৰণ কৰা তফাজ্জুলক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হয়(Gauhati HC on Dhing rape case) ৷ মৃত তফাজ্জুলৰ মৰণোত্তৰ পৰীক্ষাৰ পৰা আৰম্ভ কৰি গ্ৰেপ্তাৰ সন্দৰ্ভত সকলো নথি-পত্ৰ ন্যায়ালয়ত দাখিল কৰাৰ নিৰ্দেশ ।

Popular