মুখ্য-পৃষ্ঠা

39th Chakradhar Samaroh: ছত্তিশগড়ৰ ‘চক্ৰধৰ সমাৰোহ’ত বিছমিল্লা খাঁ যুৱ বঁটা প্রাপক অসমৰ মৃদুস্মিতা দাস বৰাৰ সত্ৰীয়া নৃত্য প্রদর্শন

গণেশ চতুর্থীৰ পবিত্ৰ দিনটোত ৰায়গড়ৰ ৰামলীলা ময়দানত ১০ দিনীয়াকৈ ৩৯ সংখ্যক চক্ৰধৰ সমৰোহত অসমৰ সত্ৰীয়া নৃত্য প্রদর্শনৰ বাবে আমন্ত্ৰিত হয় সংগীত নাটক অকাডেমীৰ ওস্তাদ বিচমিল্লা খাঁ যুৱ পুৰস্কাৰৰে বিভূষিত মৃদুস্মিতা দাস।(Assam's Mridusmita Das Bora's 39th Chakradhar Samaroh Showcases Magnificent Sattriya Nritya)

BJP Involvement in Online Scam: অনলাইন কেলেংকাৰিত বিজেপিৰ কোনো জড়িত নাই, সেয়ে আমি তদন্তৰ ভাৰ চিবিআইক দিব পাৰিছোঃ মন্ত্ৰী হাজৰিকা

বিজেপিৰ কোনোবা অনলাইন কেলেংকাৰিত জড়িত থাকিলে তদন্তৰ দায়িত্ব চিবিআইক দিয়ে নেকি ? বিজেপিৰ কোনো লোক ইয়াত জড়িত নাই(BJP Involvement in Online Scam)। গতিকে আমি অত্যন্ত দৃঢ়তাৰে এই কেলেংকাৰিৰ তদন্তৰ ভাৰ চিবিআইক দিব পাৰিছো বুলি কলে মন্ত্ৰী পীযুষ হাজৰিকাই(Assam Minister Pijush Hazarika) ।

Assam Direct Recruitment Examination: অসমত এডিআৰই নিযুক্তি পৰীক্ষা সুচাৰুৰূপে চলোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰশংসা

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ কৰ্মশক্তিয়ে কোনো ধৰণৰ জটিলতা নোহোৱাকৈ এই উল্লেখযোগ্য পৰীক্ষা দক্ষতাৰে পৰিচালনা কৰাৰ বাবে বিষয়া-কৰ্মচাৰীসকলক প্ৰশংসা কৰে(Assam Direct Recruitment Examination)।

Arvind Kejriwal Resignation: কেজৰিৱালৰ পদত্যাগৰ ঘোষণাক সস্তীয়া প্ৰচাৰৰ কৌশল আখ্যা বিজেপিৰ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বুলি কৰা ঘোষণাই বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে(Arvind Kejriwal Resignation)। বিজেপিয়ে কেজৰিৱালৰ এই ঘোষণাক সস্তীয়া প্ৰচাৰৰ কৌশল আখ্যা দিছে।

Assam recruitment exam: ৰাজ্যত অনুষ্ঠিত হ’ল সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা, ৩১২৭ টা পদৰ বিপৰীতে প্ৰার্থী ১১ লক্ষাধিক

দেওবাৰে অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩১২৭ টা পদৰ বিপৰীতে ১১,২৩,২০৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হয়। ৰাজ্যৰ ২৮ খন জিলাত ২৩০৫ কেন্দ্ৰত অনুষ্ঠিত হয় এই পৰীক্ষা(Assam recruitment exam)।

Popular