মুখ্য-পৃষ্ঠা

Sumi-Tarkik Surrender: আজি চুমি-তাৰ্কিকে কৰিব আত্মসমৰ্পণ!

কোটিটকীয়া কেলেংকাৰীৰ সৈতে জড়িত চুমি-তাৰ্কিকে যোৱা ১০ দিন ধৰি পলাতক হৈ আছিল । আজি গুৱাহাটীমুখী হৈছে পলাতক চুমি আৰু তাৰ্কিক(Sumi Tarkik Surrender)!

IIT guwahati: ছাত্ৰসমাজৰ প্ৰতিবাদত সেও মানি IIT গুৱাহাটী ডীনৰ পদত্যাগ

ছাত্ৰসমাজৰ প্ৰতিবাদত সেও মানি আই আই টি, গুৱাহাটীৰ ডীন অধ্যাপক কে ভি কৃষ্ণাইৰ অব্যাহতি ঘোষণা কৰে। প্ৰতিবাদকাৰীৰ আগত সেও মানি পদৰ পৰা অব্যাহতি ল’বলৈ বাধ্য হয় ডীনগৰাকীয়ে। (IIT Guwahati student community Protest dean resignation )

Online trading scam: ট্ৰেডিঙৰ জৰিয়তে প্ৰবঞ্চনা কৰা কাকো ৰেহাই দিয়া নহ’বঃ পীয়ূষ হাজৰিকা

ট্ৰেডিঙৰ জৰিয়তে প্ৰবঞ্চনা কৰা কাকো ৰেহাই দিয়া নহ’ব ৷ পুলিয়ে পোখাই উভালি আইনৰ মজিয়ালৈ অনা হ’ব ট্ৰেডিং প্ৰবঞ্চনাৰ সৈতে জড়িত জঘন্য ব্যক্তিক ৷ প্ৰয়োজনত ই ডি, আয়কৰ, বা চিবিআইক দিয়া হ’ব তদন্তৰ দায়িত্ব৷ জাগীৰোডত ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধে এইদৰে সৰব হ’ল অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকা ৷(No one who cheats through trading will be spared)

Benefits of eating neem leaves:খালী পেটত নিম পাত চোবাই খালে হ’ব স্বাস্থ্যৰ ১০ টা উপকাৰ

খালী পেটত নিম পাত চোবাই খালে লালা উৎপাদন বৃদ্ধি পায়, যিয়ে মুখ পৰিষ্কাৰ কৰাত সহায় কৰে। নিমৰ বাবে বেক্টেৰিয়া মুখত প্ৰৱেশ নকৰে আৰু দাঁতত গহ্বৰ হোৱাৰ কোনো অভিযোগ নাথাকে। আঁঠুৰ কোনো ৰোগো নহয় নিম খালে।(Benefits of eating neem leaves on empty stomach)

North-east Badminton:উত্তৰ-পূৱ বেডমিণ্টনঃ মিক্সড ডাবলছৰ দুয়োটা সোণ অসমৰ শ্বাটলাৰৰ দখলত

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ ফাইনেলত ময়ূৰীয়ে অসমৰে ছুজেন বুঢ়াগোঁহাইক ২১-৪, ২১-১৪ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে৷(both gold in mixed doubles are held by Assam shuttlers)

Popular