মুখ্য-পৃষ্ঠা

Monkeypox Found in India: সাৱধান! ভাৰতত চিনাক্ত মাংকিপক্সৰ প্ৰথম গৰাকী ৰোগী

সাৱধান! ভাৰতটো আৰম্ভ হ'ল মাংকিপক্সৰ আতংক,চিনাক্ত হ'ল প্ৰথম গৰাকী ৰোগী । দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ সতৰ্কতা জাৰি।(first case of monkeypox found in india)

BSP chief Mayawati : ৰাহুল গান্ধীৰ বক্তব্যত খং মায়াৱতীৰ

বিএছপিৰ মুৰব্বী মায়াৱতীয়ে ( BSP chief Mayawati ) কয় যে ৰাহুল গান্ধীয়ে দিয়া এই মাৰাত্মক বক্তব্যৰ প্ৰতি কংগ্ৰেছ নেতাসকল সতৰ্ক হ’ব লাগে, কাৰণ এই দলটোৱে কেন্দ্ৰত ক্ষমতালৈ অহাৰ লগে লগে এই বক্তব্যৰ আঁৰত তেওঁলোকৰ সংৰক্ষণৰ অন্ত নিশ্চয়কৈ শেষ কৰিব।

Online trading: প্ৰসংগঃ অনলাইন ট্ৰেডিং! সামাজিক ব্যাধিত পৰিণত হৈ পৰিছে অনলাইন ট্ৰেডিং

অনলাইন ট্ৰেডিং নামৰ ভূতটোৱে এতিয়া খেদি ফুৰিছে সকলোকে। কোনোবাই অনলাইন ট্ৰেডিংনো কি সেইটো বুজি পাওকেই বা নাপাওকেই কিন্তু সকলোৰে মুখত এতিয়া এটাই বিষয় আৰু সেয়া অনলাইন ট্ৰেডিং। সেয়া সাধাৰণ লোকেই হওক বা ৰজা ঘৰতেই হওক।(Online trading has become a social disorder)

Durga Puja 2024 Date:দুৰ্গা পূজা কেতিয়া? মহালয়াৰ পৰা বিজয়াদশমীৰ তাৰিখ জানি লওক

ধৰ্মীয় বিশ্বাস অনুসৰি মাতৃ দুৰ্গাই অশ্বিন শুক্ল পক্ষৰ দশমীত মহিষাসুৰৰ সৈতে ৯ দিন যুদ্ধ কৰি হত্যা কৰিছিল। হিন্দু ধৰ্মত দুৰ্গা পূজাত ৯ গৰাকী দেৱী দুৰ্গাক ন দিন পূজা কৰা হয় আৰু দশম দিনত বিজয়দশমী পালন কৰা হয়।(Durga Puja 2024 Date)

Stock Market Opening: আজি ভাৰতীয় ষ্টক মাৰ্কেটৰ আৰম্ভণিতে নিফটিৰ ২৫ হাজাৰৰ গুৰুত্বপূৰ্ণ স্তৰ অতিক্ৰম

আজি ভাৰতীয় ষ্টক মাৰ্কেটৰ আৰম্ভণিতে ভাল উত্থান দেখা গৈছে আৰু বজাৰখনে গ্ৰাহকৰ সামগ্ৰীৰ শ্বেয়াৰৰ ভাল বৃদ্ধিৰ পৰা (০.৭২ শতাংশ) সমৰ্থন লাভ কৰিছে। আজি নিফটিৰ (Stock Market Opening )সকলো ছেক্টৰেল ইনডেক্সে বৃদ্ধিৰ লগে লগে ভাল ব্যৱসায় কৰি আছে।

Popular