মুখ্য-পৃষ্ঠা

WTC Final: গ্ৰীনে ভাৰতক পৰাস্ত কৰি টেষ্ট বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিব বিচাৰিছে

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ লক্ষ্য কেমেৰন গ্ৰীনৰ। সেই লক্ষ্যত আটাইতকৈ ডাঙৰ বাধা হৈছে ভাৰত। অষ্ট্ৰেলিয়াই এইবাৰ ভাৰতৰ বিৰুদ্ধে খেলিব। অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰগৰাকীয়ে এই শৃংখলা জয় কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিব বিচাৰিছে।(WTC final)

Deepika-Ranveer Become Parents:দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ কোলালৈ আহিল প্রথমটি সন্তান

দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ কোলালৈ আহিল প্রথমটি সন্তান। কন্যা সন্তানৰ পিতৃ হ'ল দুয়ো। অনুৰাগীয়ে মৰম আৰু শুভেচ্ছাৰে দুয়োকে ওপচাই পেলাইছে।(deepika padukone and ranveer singh blessed with a baby girl)

National Clean Air City : বায়ুৰ মানদণ্ড উন্নত শীৰ্ষ মুখ্য চহৰ হিচাপে স্থান লাভ ছুৰাটৰ

বায়ুৰ গুণগত মানদণ্ড উন্নত কৰাৰ বাবে ছুৰাটক ভাৰতৰ শীৰ্ষ মুখ্য চহৰ হিচাপে স্থান দিয়া হৈছে ৷ ছুৰাটৰ পিছত স্থান লাভ কৰিছে জবলপুৰ আৰু আগ্ৰা মহানগৰীয়ে ৷ কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে শনিবাৰে জয়পুৰত "নীলা আকাশৰ বাবে আন্তৰ্জাতিক পৰিষ্কাৰ বায়ু দিৱস"( National Clean Air City) উদযাপন কৰা এখন ৰাষ্ট্ৰীয় কৰ্মশালাত অনুষ্ঠিত স্বচ্ছ বায়ু সুৰভেক্ষন ২০২৪ ৰ সময়ত "ৰাষ্ট্ৰীয় পৰিষ্কাৰ বায়ু নগৰ" বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন হয় ৷

সুশৃংখলিত সমাজ এখন গঢ়ি তোলাৰ দিশত আৰক্ষীৰ এক গুৰুদায়িত্ব আছেঃ মুখ্যমন্ত্ৰী

অসম আৰক্ষীত নতুন নতুন বিষয়া, কনিষ্টবল, জোৱান, নতুন বেটেলিয়ন গঢ়ি তোলাৰ ফলত নতুন তেজেৰে সমাহিত আৰক্ষী বাহিনী এটা জনসাধাৰণে দেখিবলৈ পাইছে। অপৰাধীৰ ক্ষেত্ৰত আৰক্ষী কঠোৰৰ পৰা কঠোৰতম হ’ব লাগে। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।(The police have an important responsibility to build an orderly society)

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নহয়ঃ ৰকিবুল হুছেইন

বালাপাৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত এখন সভাত সাংসদ ৰকিবুল হুছেইনে কয় যে ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈ ছয় জনগোষ্ঠীৰ জনজাতীকৰণ নকৰে৷ বিভিন্ন চল চাতুৰিৰে ইফাল-সিফাল কৰি থাকিব৷ কাৰণ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে পুৰ্বৰ জনজাতি আৰু এতিয়াৰ জনজাতিক লৈ ৫১ শতাংশতকৈ অধিক লোক জনজাতি হ’ব৷ তাৰ পিছতে তেওঁৰ মুখ্যমন্ত্ৰীৰ পদ যাব।( tribalisation of six communities)

Popular