মুখ্য-পৃষ্ঠা

Youth mentality : যুৱ মানসিকতাত সমাজ ব্যৱস্থাৰ প্ৰভাৱ

বর্তমান বিশ্বৰ মানৱ সমাজৰ যিটো অংশক আটাইতকৈ বেছি আৰু কঠোৰ সমালোচনা কৰা হয় সেই অংশটোৱেই হৈছে যুৱ সমাজ (Youth mentality)। যুৱ সমাজৰ আচাৰ ব্যৱহাৰ, ৰীতি-নীতি সাধাৰণতে বিতর্কমূলক যদিও সমাজৰ প্রবীণ ব্যক্তি সকলে এই নবীন, উদ্যমী সমাজৰ প্রতিটো কামকে সমালোচনামূলক তথা সন্দেহৰ চকুলে লক্ষ্য কৰে বুলি কলে বঢ়াই কোৱা নহ'ব।

Nail Cutting: নখ, চুলি কোনদিনা কাটিব লাগে জানি লওক

সপ্তাহৰ কোনটো দিনত নখ কাটিলে আৰ্থিক লাভ হয় আৰু কোনটো দিনত নখ কাটিলে আৰ্থিক ক্ষতি হয় জানেনে। নখ কটাৰ সঠিক দিন আৰু পদ্ধতিৰ কথা হিন্দু আৰু মুছলমান উভয় ধৰ্মত উল্লেখ কৰা হৈছে। (Nail Cutting Day)শৰীৰৰ মৃত কোষ, নখ আৰু চুলি কাটি পেলোৱা কাৰ্য্যটো স্বাভাৱিক যেন লাগিব পাৰে কিন্তু সেইবোৰ কটাৰ দিন আৰু সময়ে আমাৰ জীৱনত ডাঙৰ প্ৰভাৱ পেলায়।

FPI Inflow: পুনৰ ভাৰতীয় শ্বেয়াৰ বজাৰত ক্ৰয় বৃদ্ধি এফ পি আইৰ

পুনৰ ভাৰতীয় শ্বেয়াৰ ক্ৰয় বৃদ্ধি কৰিছে বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে। নতুন মাহৰ মাত্ৰ এসপ্তাহ পাৰ হোৱাৰ লগে লগে ভাৰতীয় শ্বেয়াৰত এফ পি আই বিনিয়োগৰ পৰিসংখ্যা প্ৰায় ১১ হাজাৰ কোটি টকা। (FPI Inflow)

Bhupen Hazarika Birthday: আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী

অজি ড৹ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিন (96th Birth anniversary of legendary singer Bhupen Hazarika)৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন্ন ধৰণে উদযাপন কৰা হৈছে সুধাকণ্ঠৰ জয়ন্তী ৷ সুধাকণ্ঠৰ গীতেৰে শ্ৰদ্ধাঞ্জলি যাচিছে বিশ্ব বিশ্ৰুতশিল্পীগৰাকীলৈ।

7th National Poshan Maah 2024: দেশৰ ৩৫ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫২ খন জিলাত সম্পন্ন ১.৩৭ কোটি কাৰ্যসূচী

সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ৰ দেশজোৰা উদযাপনৰ ষষ্ঠটো দিন পৰ্যন্ত ৩৫ খন ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫২ খন জিলাৰ পৰা ১.৩৭ কোটি কাৰ্যকলাপ সম্পন্ন হোৱাৰ তথ্য পোৱা গৈছে। বিহাৰ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু, গুজৰাট, অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ এতিয়ালৈকে শীৰ্ষ অৱদান আগবঢ়োৱা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হিচাবে বিবেচিত হৈছে।

Popular