মুখ্য-পৃষ্ঠা

Ganesh Chaturthi 2024: মহানগৰীত গণেশ বন্দনাৰে মুখৰ প্ৰতিটো গণেশ মন্দিৰ…

গণেশ বন্দনাৰে মুখৰিত প্ৰতিটো গণেশ মন্দিৰ। পুৱাৰে পৰা গণেশ মন্দিৰসমূহত ভক্তৰ লানি নিছিগা সোঁত। দেশৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ গণেশগুৰিতো গণেশ চতুৰ্থী পালন।(Ganesh Chaturthi celebrated at Ganesh temple in city)

Haryana Assembly elections 2024: সপোন আধৰুৱা হ’ব ৰাহুল গান্ধীৰ

হাৰিয়ানা বিধানসভা নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা আম আদমী পাৰ্টিৰ। ৰবিবাৰে দলটোৱে প্ৰথমখন তালিকা প্ৰকাশ কৰিব পাৰে। আম আদমী পাৰ্টিয়ে ৫০খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে।(Haryana Assembly elections 2024)

Bishal Phukan to be produced in court: আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব বিশাল ফুকনক, খোল খাব মুখাৰ আঁৰৰ মুখ

প্ৰৱঞ্চক বিশাল ফুকনক আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব।আৰক্ষীৰ জেৰাত বিস্ফোৰক তথ্য ফাদিল বিশাল ফুকনৰ। ডিব্ৰুগড় আৰক্ষীৰ জিম্মাত আছে প্ৰৱঞ্চক বিশাল ফুকন। পূৰ্বে ৩ দিনৰ জিম্মাত লৈছিল আৰক্ষীয়ে। ম্যাদ উকলাত আজি পুনৰ আদালতত হাজিৰ কৰাব আৰক্ষীয়ে। (Bishal Phukan to be produced in court)

Ganesh Chaturthi 2024: হিন্দু বৰ্ষপঞ্জী অনুসৰি ভাদ মাহৰ শুক্লা চতুৰ্থীৰ চতুৰ্থ দিনটোত ভগৱান গণেশক পূজা কৰা হয়

গণেশ পৌৰাণিক হিন্দু ধৰ্মৰ জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম। ভাৰতৰ সকলো ঠাইতে গণেশ-মূৰ্তি দেখা যায়। সকলো হিন্দু সম্প্ৰদায়ৰ মাজতেই গণেশ দেৱৰ পূজা প্ৰচলিত। জৈনধৰ্ম, বৌদ্ধধৰ্ম আৰু ভাৰতৰ বাহিৰতো গণেশৰ আৰাধনা ব্যাপকভাৱে প্ৰচলিত। (ganesh-chaturthi-2024)

Cotton University: ‘নাক’ৰ প্ৰথম মূল্যাংকনত ‘এ’ গ্ৰেড লাভ কটন বিশ্ববিদ্যালয়ৰ

উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান কটন বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ চমুকৈ নেকৰ দ্বাৰা ‘এ’ গ্ৰেডেৰে স্বীকৃতি লাভ কৰিছে(Cotton University) ।

Popular