মুখ্য-পৃষ্ঠা

Shivaji Maharaj Statue Collapse: প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে ২৩৫ কোটি আবণ্টনৰ বিপৰীতে খৰচ মাত্ৰ ডেৰ কোটি !

মহাৰাষ্ট্ৰৰ ৰাজকোট গড়ত ছত্ৰপতি শিৱাজী মহাৰাজৰ নৱনিৰ্মিত প্ৰতিমূৰ্তিটো খহি পৰা ঘটনাক লৈ ভাস্কৰ্য শিল্পী জয়দীপ আপ্তেক গ্ৰেপ্তাৰ(Sculptor Jaydeep Apte Arrested) । প্ৰতিমূৰ্তিটো খহি পৰা ঘটনাৰ পাছতে পলাতক অৱস্থাত থকা আপ্তেক গ্ৰেপ্তাৰৰ পিছত আদালতে ১০ ছেপ্টেম্বৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তিটো ভাঙি পৰা ঘটনাই মুম্বাইকে ধৰি সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে(Shivaji Maharaj Statue Collapse)।

Online Trading Scam: বিশালৰ দ্য ব্লেক আম্ব্ৰেলাৰ তলত জিৰাইছিল অসমীয়া ছবি জগতৰ বহু ৰথী-মহাৰথীয়ে

বহু অভিনেতা অভিনেত্ৰীয়েই চুমি বৰা আৰু কোম্পানীয়ে সাধাৰণ মানুহৰ পৰা লুটি নিয়া ধনৰ ভাগ পাইছিল ছবি বা ভ্ৰাম্যমান থিয়েটাৰত চুমিয়ে কৰা বিনিয়োগৰ জড়িয়তে। সেইবাবেই অসমত ইমান ডাঙৰ এটা আৰ্থিক কেলেংকাৰী(Online Trading Scam) সংঘটিত হোৱাৰ লগতে সেই কেলেংকাৰীত চুমি বৰাৰ দৰে অভিনেত্ৰী জড়িত হৈ থকাৰ পিছতো অসমৰ ছবি উদ্যোগৰ বহুতে মুখেৰে টু শব্দ এটা কৰিব পৰা নাই, ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিব পৰা নাই বুলি চৌদিশে ওলাইছে গুজব।

Molestation charges on civic volunteer: আকৌ পশ্চিমবংগ! এইবাৰ নেতাৰ পত্নী-কন্যাক যৌন নিৰ্যাতনৰ অভিযোগ

পশ্চিমবংগৰ উত্তৰ দিনাজপুৰত এজন নাগৰিক স্বেচ্ছাসেৱকৰ বিৰুদ্ধে মাতৃ কন্যাক যৌন নিৰ্যাতনৰ অভিযোগ(Molestation charges on civic volunteer) । অভিযোগৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত নাগৰিক স্বেচ্ছাসেৱকজনক ।

Teachers day 2024: আজি শিক্ষক দিৱস: জানো আহক শিক্ষক দিৱসৰ তাৎপৰ্য

মহান দাৰ্শনিক, শিক্ষাবিদ, ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি তথা ভাৰত ৰত্ন ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনে ১৯৬২ চনত ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেখেতৰ একাংশ শিক্ষাৰ্থী আৰু বন্ধুৱে তেওঁলোকক ৫ ছেপ্টেম্বৰত তেখেতৰ জন্মদিন উদযাপন কৰিবলৈ অনুমতি বিচাৰিছিল (Sarvepalli Radhakrishnan) । তেতিয়া তেখেতে কৈছিল, "মোৰ জন্মদিন উদযাপন কৰাৰ পৰিৱৰ্তে যদি ৫ ছেপ্টেম্বৰ শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেন্তে ই মোক সুখী কৰিব(Teachers day2024) ।"

Stree 2 Box Office Collection: শ্ৰদ্ধা-ৰাজকুমাৰ অভিনীত ‘Stree 2’ য়ে ভাঙিলে ‘Kalki 2898 AD’ ৰ ৰেকৰ্ড, তৃতীয়টো মঙলবাৰেও থাকিল ষ্টেডি

বলীউড ছবি ষ্ট্ৰী ২(Stree 2) য়ে তৃতীয়টো মঙলবাৰে ছবিগৃহৰ পৰা আয় কৰিলে কৰিলে ৫.৭৫ কোটি টকা।'কল্কি ২৮৯৮ এ.ডি'ৰ ৰেকৰ্ড ভাঙি ঘৰুৱাভাৱে সৰ্বমূঠ ৪৯২.৫৫ কোটি টকা আয়েৰে ২০২৪ চনৰ শীৰ্ষ ১০ খন বলীউড ছবিৰ ভিতৰত প্ৰথম স্থানত থাকিবলৈ সক্ষম হৈছে(Stree 2 Box Office Collection)।

Popular