মুখ্য-পৃষ্ঠা

Malaika Arora: মালাইকা অৰোৰা জীৱনলৈ নতুন পুৰুষৰ আগমণ! কোন এইজন যুৱক…

অৰ্জুনৰ লগত বিচ্ছেদৰ পিছত মালাইকা জীৱনলৈ নতুন প্ৰেম! কোন এইজন মালাইকাৰ ৰহস্যময় ‘বয়ফ্ৰেণ্ড’।(Malaika Arora)

Elon Musk: ৪০০ বিলিয়ন ডলাৰ সম্পত্তি আহৰণ কৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিণত ইলন মাস্ক

২০২১ চনৰ পাছত প্ৰথমবাৰৰ বাবে ৪০০ বিলিয়ন ডলাৰ সম্পত্তি আহৰণ কৰিলে ইলন মাস্কে। ট্ৰাম্পৰ জয়ৰ পিছত ৭১% বৃদ্ধি পালে ইলন মাস্কৰ সম্পত্তি।(Elon Musk)

Tulsi: কেৱল তুলসী পাতেই নহয়, তুলসী গুটিয়েও ভাগ্য দুৱাৰ খুলে

কেৱল তুলসী পাতেই নহয় তুলসী গুটিয়েও পূজাৰ কামত অতি লাগে। জ্যোতিষৰ মতে তুলসী গুটিৰ দ্বাৰা কৰা কিছুমান কৌশলে আমাৰ জীৱনৰ বহু সমস্যা সমাধান কৰিব পাৰে।(Tulsi) 

Washing Hands on Plate: খোৱা বাচনতে হাত ধুৱে নেকি? ইয়াৰ ফলত কি ক্ষতিৰ হয় জানি লওক

খোৱাৰ পিছত বাচনতে হাত ধোৱাৰ অভ্যাস আছে নেকি? জ্যোতিষৰ মতে খাদ্যৰ ক্ষেত্ৰত কিছুমান সাৱধানতা আছে যাৰ ফলত ভাল ফল পোৱা যাব পাৰে। যদি খাদ্যৰ লগত কিবা ভুল হয়, তেন্তে আমি বহুতো বিপদৰ সন্মুখীন হ’ব পাৰো।(Washing Hands on Plate)

Rajinikanth Birthday: ছুপাৰষ্টাৰ ৰজনীকান্তৰ বয়স ৭৪ বছৰ হ’ল, অনুৰাগীয়ে তেওঁৰ মূৰ্তিক ভগৱানৰ দৰে পূজা কৰিলে

হিন্দী চিনেমাৰ পৰা দক্ষিণ চিনেমালৈ সকলোতে নিজৰ নাম জনপ্ৰিয় কৰা ৰজনীকান্তৰ আজি ৭৪ সংখ্যক জন্মদিন। তেওঁৰ ফেন ফ’ল’ৱাৰ ইমানেই বেছি যে ফেনসকলে তেওঁক ভগৱানৰ মৰ্যাদা দি ভগৱানৰ দৰে পূজা কৰে। তেনে এটা ভিডিঅ’ ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।(Rajinikanth Birthday)

Popular