Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

শিৱসাগৰত বৃহৎ পৰিমাণৰ গুটখা জব্দ

শিৱসাগৰ শিৱসাগৰ নগৰৰ থানামুখৰ ৪ নং ৱাৰ্ডৰ ইৰ্টাজা আনছাৰি নামৰ এজন লোকৰ ঘৰৰ পৰা আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ গুটখা জব্দ কৰিবলৈ সক্ষম হয়।মৰানৰ এক পাইকাৰী ব্যৱসায়ীৰ পৰা প্ৰায় ৭ লাখ ৬০ হাজাৰ টকাৰ গুটখা ক্ৰয় কৰিছিল আনছাৰিয়ে৷ মঙলবাৰে পুৱা
Read More...

দৰঙৰ পাথৰিঘাট ৰাজহ চক্ৰৰ ১৪ খন গাঁও বানপানীত বুৰ যোৱাৰ আশংকা

দৰং   দৰঙত লকডাউনৰ সময়ত ৰাতিৰ ভিতৰতে এটা ডোং একাংশ দুষ্ট চক্ৰৰ লোকে মাছৰ লোভত কেইবাঠাইতো বান্ধি পেলোৱাত সৃষ্টি হৈছে ব্যাপক  প্ৰতিক্ৰিয়া৷ যাৰ বাবে বাৰিষাৰ বানত প্ৰায় ১৪ খনকৈ গাঁৱৰ লোক এইবাৰ বুৰ যাব বানপানীত৷ পাথৰিঘাট ৰাজহ চক্ৰ এলেকাৰ
Read More...

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ একাংশ বিষয়াৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ :…

নাজিৰা  এফালে অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন, আনফালে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত শ শ পৰিয়াল আৰু ইয়াৰ মাজতেই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ একাংশ বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে ব্যাপক অনিয়মৰ। উল্লেখযোগ্য যে
Read More...

দৰঙত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন

মঙলদৈ সমগ্র বিশ্বত ছানি ধৰা ক'ভিড-১৯ৰ কবলৰ পৰা দেশবাসীক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত ১৭ মে' পৰ্যন্ত লকডাউন বাহাল ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷ এই নিৰ্দেশনাৰ সমান্তৰালকৈ দৰং জিলাৰ দণ্ডাধীশে সমগ্র জিলাখনত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬
Read More...

যোৰহাটত যানবাহন চলাচলৰ ক্ষেত্ৰত নতুন নিয়ম : এইবাৰ যুগ্ম, অযুগ্ম সংখ্যাৰ ব্যৱস্থা

যোৰহাট যোৰহাটত যানবাহন চলাচলৰ ক্ষেত্ৰত এইবাৰ যুগ্ম আৰু অযুগ্ম সংখ্যাৰ ব্যৱস্থা কৰা হৈছে৷ সম্প্ৰতি ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা দণ্ডাধীশে এক আদেশ যোগে কাইলৈৰ পৰা অত্যাৱশ্যকীয় সেৱাত জড়িত অনুমতি থকা
Read More...

যোৰহাটত নৈশ সান্ধ্য আইন জাৰি

যোৰহাট ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা দণ্ডাধীশে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত  এক আদেশ যোগে জিলাখনত নৈশ সান্ধ্য আইন জাৰি কৰিছে৷
Read More...

জামুগুৰিহাটত কিশোৰী ধৰ্ষণ আৰক্ষী জোৱানৰ : থানাত এজাহাৰ দাখিল পৰিয়ালৰ

জামুগুৰিহাটলকডাউনৰ মাজতে জামুগুৰিহাটৰ দক্ষিণ পশ্চিম প্ৰান্তৰ লুঙি বজাৰত এজন অসম আৰক্ষীৰ জোৱানে এগৰাকী ১৫ বছৰীয়া কিশোৰী ধৰ্ষণ কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চ্যল্যৰ সৃষ্টি কৰিছে। এই ধৰ্ষিতা কিশোৰীগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা জামুগুৰি
Read More...

জামুগুৰিহাটৰ সত্যসন্ধ্যা মহিলা সমিতিৰ উদ্যোগত চিকিৎসক, আৰক্ষীক সম্বৰ্ধনা : মাস্ক-ছেনিটাইজাৰ বিতৰণ

জামুগুৰিহাট জামুগুৰিহাটৰ মহিলাৰ কল্যাণাৰ্থে গঠিত অগ্ৰণী অনুষ্ঠান সত্যসন্ধ্যা মহিলা সমিতিয়ে মহামাৰী ক’ৰ’ণাৰ বিৰুদ্ধে সন্মুখৰপৰা যুঁজ দিয়া চিকিৎসক, স্বাস্থ্যকৰ্মী, আৰক্ষী বিষয়া আৰু আৰক্ষীৰ জোৱানসকলক একোখনকৈ গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে
Read More...

দিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত বশিষ্ট মন্দিৰৰ কপিকুলৰ মাজত খাদ্য সামগ্রী বিতৰণ

গুৱাহাটীদিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত সোমবাৰে বশিষ্ট মন্দিৰৰ কপিকুলৰ মাজত খাদ্যসামগ্রী বিতৰণ কৰা হয়। এই কাৰ্যসূচীত দিছপুৰ প্ৰেছ ক্লাবৰ সম্পাদক কুঞ্জ মোহন ৰায়, জ্যেষ্ঠ সাংবাদিক চন্দ্ৰ শইকীয়া, ধ্ৰুৱজ্যোতি পাঠক, ধ্ৰুৱজ্যোতি দাস,
Read More...

লকডাউনত শিৱসাগৰত আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ ফিনিক্স ক্ৰিকেট কচিং ক্লাবৰ

শিৱসাগৰ শিৱসাগৰৰ অন্যতম ক্ৰীড়া অনুষ্ঠান ফিনিক্স ক্ৰিকেট কচিং ক্লাবে দেওবাৰে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা আৰু অতি দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। ফিনিক্স ক্ৰিকেট কচিং ক্লাবৰ সকলো সদস্য তথা প্ৰশিক্ষাৰ্থীসকলে
Read More...