মুখ্য-পৃষ্ঠা

Winter: শীতকালত খাব এই চাৰিবিধ শাক

সেউজীয়া পাতৰ পাচলি স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়, শীতকালত শাকৰ খেতি বেছিকৈ কৰা হয় আৰু শাক খালে আপুনি বহু ধৰণৰ বতৰৰ ৰোগৰ পৰা হাত সাৰিব পাৰে।(Winter)

Allu Arjun:’পুষ্পা ২’ মুক্তিৰ পূৰ্বে চকুলো টুকিলে আল্লু অৰ্জুনে? পৰিচালকে কি ক’লে অভিনেতাগৰাকীক

আল্লু অৰ্জুন আৰু ৰশ্মিকা মাণ্ডন্নাৰ বহু প্ৰত্যাশিত ‘পুষ্পা ২’ ছবিখন মুক্তি পাবলৈ বাকী আছে মাত্ৰ দুদিন। ছবিখনক লৈ অনুৰাগীৰ অপেক্ষাৰ অন্ত নাই। শেহতীয়াকৈ হায়দৰাবাদত অনুষ্ঠিত ‘পুষ্পা ২’ অনুষ্ঠানত আল্লু অৰ্জুনৰ চকুত চকুলো দেখা গ'ল।(Allu Arjun)

Vikrant Massey: অভিনয়ৰ পৰা হঠাৎ অৱসৰ কিয় বিক্ৰান্ত মেছিৰ! টেলিভিছনৰ পৰ্দাৰ পৰা কিদৰে আত্মপ্ৰকাশ কৰিছিল বলিউদত

দেওবাৰে নিশা বলিউদৰ জনপ্ৰিয় অভিনেতা বিক্ৰান্ত মেছিয়ে নিজৰ ইনষ্টাগ্ৰাম পেজত ছবি জগতৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছিল। লগতে তেওঁ কৈছিল যে অভিনেতাগৰাকীক ২০২৫ চনত শেষবাৰৰ বাবে পৰ্দাত দেখা পাব।(Vikrant Massey)

Shobitha Shivanna: ৩০ বছৰ বয়সতে জীৱনৰ মায়া-মোহৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰীয়ে!

এফালে পুষ্পা ২ৰ বাবে দক্ষিণৰ তাৰকাসকলে বাতৰিৰ শিৰোনাম দখল কৰি আছে আনফালে দক্ষিণৰ ছবিজগতৰ পৰা এটা বেয়া খবৰ আইছে। এগৰাকী অভিনেত্ৰীৰ মৃত্যুৰ বাতৰিয়ে প্ৰায়ে বতমান সংবাদ শিৰোনাম দখল কৰিছে। কানাড়া অভিনেত্ৰী শ্বোবিতা শিভান্নাই দেওবাৰে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। তেলেংগানাৰ কোণ্ডাপুৰৰ নিজ গৃহত মৃত অৱস্থাত উদ্ধাৰ হয়।(Shobitha Shivanna)

Winter Bathing Tips: সাৱধান! শীতকালত গৰম পানীৰে গা ধোৱে নেকি? গৰম পানীৰে গা ধোৱা পৰিণতি ভয়ানক

শীতকালত গৰম পানীৰে গা ধুলে শৰীৰ সতেজ হোৱাই নহয় মানসিক আৰু শাৰীৰিক আৰামও পোৱা যায়। কিন্তু যদি আপুনি হৃদৰোগী তেন্তে শীতকালত গৰম পানীৰে গা নুধুব।(Winter Bathing Tips)

Popular