Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

আৰম্ভ হ’ব এমৰেগাৰ কাম

গুৱাহাটী গ্ৰাম্য এলেকাৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলক দৈনিক মজুৰিৰে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এমৰেগাৰ কাম আৰম্ভ কৰিবলৈ লৈছে৷ ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে এমৰেগাৰ কাম বন্ধ হৈ আছিল৷ প্ৰতিটো ইচ্ছুক পৰিয়ালক এমৰেগাৰ অধীনত জব কাৰ্ড
Read More...

লকডাউনৰ মাজতে নগাঁৱত অনুষ্টুপীয়াকৈ সম্পন্ন হ’ল বিবাহ

নগাঁও, : বিবাহ বুলি কলেই সীমাহীন আনন্দৰ এক অনুষ্ঠান । যুৱক - যুৱতীয়ে নিজৰ বিবাহক লৈ ৰচে সপোন। বুকুত থাকে অলেখ অযুত আশা। মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহতাৰ বাবেই এইবাৰ বহু যুৱক-যুৱতীৰ জীৱনৰ বহু আকাংক্ষিত বিবাহ কার্য সম্পন্ন কৰিব পৰা
Read More...

গোলাঘাটৰ নাপিত বৃত্তিধাৰী পৰিয়ালক সাহায্য বিধায়িকা অজন্তা নেওগৰ

গোলাঘাট হাড়ে-হিমজুৱে অসমীয়া হৈ পৰা প্ৰায় ৩০-৪০ বছৰৰ পূৰ্বে উপাৰ্জনৰ তাগিদাত বিহাৰৰ পৰা অসমলৈ প্ৰব্ৰজন কৰা ঠাকুৰ উপাধিধাৰী নাপিত বৃত্তিধাৰী লোকসকলক দেওবাৰে গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে দলীয় কৰ্মীসকলৰ সহযোগত সাহায্য প্ৰদান
Read More...

দৰঙৰ পাথৰিঘাটত ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যোদ্ধাৰ ভূমিকা লোৱা ৮ ব্যক্তিক সম্বৰ্ধনা

দৰংমহামাৰী ক’ৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যোদ্ধাৰ ভূমিকা লোৱা সাংবাদিক, চিকিৎসক, স্বাস্থ্য কৰ্মী, আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ ৮ গৰাকী ব্যক্তিক দেওবাৰে পাথৰিঘাট আৰক্ষী চকী চৌহদত অসমৰ বহু ভাষিক ৱেব নিউজ প’ৰ্টেল নৰ্থ ইষ্ট লাইভ ট্যুডেৰ উদ্যোগত
Read More...

গোলাঘাট জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোডীৰে লেৱৰটৰী টেকনিচিয়ানৰ সভা

গোলাঘাট  গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস চন্দ্ৰ মোডীয়ে শনিবাৰে জিলাখনৰ ৬০ জন লেবৰেটৰী টেকনিচিয়ানৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনা সভাত মিলিত হয়। জিলাখনৰ বোকাখাত, কমাৰবন্ধা, চাৰিঙীয়া আৰু মিছামৰা খণ্ড চিকিৎসালয়ৰ অন্তৰ্গত বিভিন্ন
Read More...

নুমলীগড়ত সন্মুখ সমৰত হাতী-মানুহ

ৱেব ডেক্স, নুমলীগড় নুমলীগড়ত অধিক ভয়াবহ  হৈছে হাতী মানুহৰ সংঘাত। আজি কেইবাদিনো ধৰি এজাক বৃহৎ বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰি আহিছে নুমলীগড় লেটেকোচাপৰি, বৰগৰীয়া, কমৰগাঁও অঞ্চলত। দৈনিক খাই, গচকী তহিলং কৰিছে ৰবি শস্যৰ খেতি পথাৰ। নীৰৱ হৈ
Read More...

সোণতলীত মানুভৱতা দাঙি ধৰিলে যুৱ কংগ্ৰেছে

ৱেব ডেক্স, সোণতলী  দক্ষিণ কামৰূপৰ কালাতলীৰ এজন সচেতন যুৱক ছামিদুল ইছলামে শনিবাৰে দিছিল এটা ফেচবু্ক লাইভ৷ বকো সমষ্টিৰ সোণতলী এলেকাধীন বেজৰসূতি গাঁৱৰ এগৰাকী আইতাই লকডাউনৰ ফলত দিনে-নিশাই খাদ্যৰ অভাৱত চকুলো টুকিব লগা হৈছিল৷ আইতাগৰাকী আজিও
Read More...

বেচৰকাৰী কৰ্মচাৰীৰ বাবে বাধ্যতামূলক আৰোগ্য সেতু এপ

অনলাইন বাৰ্তা, ২ মে’ঃ তৃতীয় পৰ্যায়ৰ লকডাউনৰ ম্যাদ বৃদ্ধি কৰাৰ লগে লগে চৰকাৰী আৰু বেচৰকাৰী কৰ্মচাৰীৰ কাৰণে আৰোগ্য সেতু এপ বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ চৰকাৰী কৰ্মচাৰীৰ কাৰণে আগেয়ে এই এপ বাধ্যতামূলক কৰা হৈছিল৷ এইবাৰ বেচৰকাৰী কৰ্মচাৰীৰ
Read More...

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিজ্ঞানীৰ সাফল্য উচ্চ তাপত ক’ৰ’ণা মাৰিবলৈ যন্ত্ৰ নিৰ্মাণ ভাৰতৰ

অনলাইন বাৰ্তা, 3মে’ঃ উচ্চ তাপত ক’ৰ’ণা ভাইৰাছ মাৰিবলৈ এটা অত্যাধুনিক যন্ত্ৰ নিৰ্মাণ কৰিছে ভাৰতে৷ এই যন্ত্ৰটোৰ নাম 'অতুল্য'৷ এই যন্ত্ৰটোৰে ক্ৰমাগতভাৱে তাপ এৰি ক’ৰ’ণা ভাইৰাছৰ আৰএনএ মাৰি পেলাব৷ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে আবিষ্কাৰ কৰা এই নতুন
Read More...

ৰাজ্যত সাংবাদিক নিগ্ৰহৰ ঘটনাক ওদালগুৰি জিলা বাৰ্তাজীৱী সংঘৰ গৰিহণা

অজয় ডেকা, মঙলদৈ বিটিএডিৰ বাক্সা জিলাৰ এচাম কৰ্ত্তব্যৰত সাংবাদিকক নিৰাপত্তাৰক্ষীয়ে কোনো কাৰণ নোহোৱাকৈ প্ৰহাৰ কৰা কাৰ্যক ওদালগুৰি জিলা বাৰ্তাজীৱী সংঘই তীব্ৰ ভাষাৰে গৰিহণা জনাইছে৷শনিবাৰে এক প্ৰেছ বিবৃতিত ওদালগুৰি জিলা বাৰ্তাজীৱী
Read More...