মুখ্য-পৃষ্ঠা

Endangered Chinese wild boar:ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বিপন্ন চীনা বনৰৌ

অসমৰ ৰাইমনা(Raimana National Park) ৰাষ্ট্ৰীয় উদ্যানত চীনা বনৰৌৰ(Endangered Chinese wild boar) উপস্থিতি ধৰা পৰিছে আৰু সংৰক্ষণবিদ আৰু বন বিভাগৰ লোকে এই বিপন্নপ্ৰায় চীনা বনৰৌৰ প্ৰথমটো ফটোগ্ৰাফিক প্ৰমাণ সংগ্ৰহ কৰিছে।

Biswajit Daimary। ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে কিছু মত-বিনিময় বিধান সভাৰ অধক্ষ্য বিশ্বজিৎ দৈমাৰীৰ

Biswajit Daimary। ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে কিছু মত-বিনিময় বিধান সভাৰ অধক্ষ্য বিশ্বজিৎ দৈমাৰীৰ

Agninav Shiv Mandir: আজি মোৰ প্ৰাৰ্থনা এটাই, দোষীয়ে শাস্তি পাওক : শিখা মজিন্দাৰ বেজবৰুৱা

পুৱা শিমলুগুৰি ৰে'লেৱে আৰক্ষীয়ে হাতে-লোটে চোৰক আটক কৰাৰ লগতে মন্দিৰৰ মূল শিৱ মূৰ্তি লগতে সোণ, ৰূপৰ আ-অলংকাৰসহ ত্ৰিশূল উদ্ধাৰ কৰিবলৈ সক্ষম হয়। (Agninav Shiv Mandir)

Aishwarya Rai: নামৰ পৰা ‘বচ্চন’ উপাধি আঁতৰালে ঐশ্বৰ্য ৰায়ে

ঐশ্বৰ্য ৰায়ে নামৰ পৰা ‘বচ্চন’ উপাধি আঁতৰালে! অনুৰাগীয়ে নায়িকাগৰাকীক সমৰ্থন জনাই। শেহতীয়াকৈ ডুবাইত আয়োজিত গ্ল’বেল উইমেনছ ফ’ৰামৰ এক অনুষ্ঠানত অংশ লৈছিল ঐশ্বৰ্যই।(Aishwarya Rai)

Katrina Kaif: কেটৰিনাৰ দৰে ছালৰগৰাকী হ’ব বিচাৰে নেকি? ৰাতি আৰু দিনত কি লগাব জানি লওক

অনুৰাগীসকল সদায় কেটৰিনা কাইফৰ সৌন্দৰ্য্যক লৈ কৌতুহলী। কি খায়, ছালৰ যত্ন কেনেকৈ লয়? তেওঁৰ ৰূপৰ ৰহস্যৰ বিষয়ে প্ৰায়ে চৰ্চাত।(Katrina Kaif)

Popular